মৰিগাঁও, 23 ছেপ্তেম্বৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চাউল,দাইলকে আদি কৰি কেইবাটাও সামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা উঠাই দিয়াক কেন্দ্ৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ৷ মৰিগাঁও চহৰৰ মাজমজিয়াৰ পুলিচ পইন্টত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰিবলৈ ওলোৱাৰ সময়তেই মৰিগাঁও আৰক্ষীৰ এটা দলে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷
লগতে পঢ়ক-বিটিচিত শ্ৰীঘ্ৰে অনুষ্ঠিত কৰক নিৰ্বাচন : নৱ শৰনীয়া