ETV Bharat / state

মৰিগাঁৱত AITUCৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Oct 31, 2020, 10:29 PM IST

AITUCৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিবসৰ উপলক্ষে গুৰুত্বপূৰ্ণ আলোচনা মৰিগাঁৱত। কেইবাজনো শ্ৰমিক নেতাৰ অংশগ্ৰহণ ৷

morigaon aituc establishday ceremony
মৰিগাঁৱত AITUC ৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁও,31অক্টোবৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে all India trade union Congressৰ মৰিগাঁও জিলা সমিতিয়ে ক’ভিড প্ৰটক’লৰ সকলো নীতি-নিয়ম মানি পালন কৰে শতবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত হোৱা হোৱা আলোচনা চক্ৰত জিলাখনৰ বহুকেইটা কৃষক শ্ৰমিক সংগঠনৰ নেতৃত্বই বক্তব্য আগবঢ়াই কয় যে,সকলো কৃষক শ্ৰমিকৰ ঐক্যবদ্ধ সংগ্ৰামেহে কৃষক সকলক উপকৃত কৰিব । আলোচনা চক্ৰখন আঁতধৰে বাওপন্থী তথা শ্ৰমিক নেতা দম্বৰুধৰ দাসে ।

লগতে পঢ়কঃ কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.