ETV Bharat / state

মৰিগাঁৱত আলোচনা চক্ৰ সম্পন্ন - জনসংখ্যা সমাধান ফাউণ্ডেশ্যন

জনসংখ্যা সমাধান ফাউণ্ডেশ্যন উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন । দেওবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় আলোচনা চক্ৰখন ৷

meeting related mayong in morigaon assam etv bharat news
মৰিগাঁৱত আলোচনা চক্ৰ সম্পন্ন
author img

By

Published : Jan 4, 2021, 9:35 AM IST

মৰিগাঁও,4 জানুৱাৰী: মৰিগাঁৱৰ বুঢ়া মায়ং জনজাতি ৰংগমঞ্চত দেওবাৰে অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ । ভাৰতীয় ইতিহাস সংকলন সমিতিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰখনত মায়ঙৰ ঐতিহ্য আৰু পবিত্ৰতা জনসংখ্যাৰে প্ৰদূষিত শীৰ্ষক বিষয়বস্তুৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন উত্তৰ-পূৰ্বাঞ্চলৰ নেতৃত্বত অনুষ্ঠিত এই আলোচনা চক্ৰত উপস্থিত থাকে সংস্থাটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া ৷

এই আলোচনা চক্ৰত মায়ঙৰ ঐতিহ্যৰ বিষয়ে কেইবাখনো গৱেষণা পত্ৰ পাঠ কৰা হয় ৷ লগতে ইয়াৰ বিশ্লেষণ আগবঢ়াই মায়ঙৰ লোক গৱেষক লোকেন্দ্ৰ হাজৰিকাই ৷ আলোচনা চক্ৰখনৰ আঁত ধৰে সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰমুখ শৈলেন্দ্ৰ পাণ্ডেয়ে ৷ মৰিগাঁৱৰ ভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি আলোচনা চক্ৰখনত উপস্থিত থাকে ৷

লগতে চাওকঃ ছয়গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.