ETV Bharat / state

মায়ঙত খহনীয়াৰ কালৰূপ, ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম এখন বিদ্যালয় - মায়ং

মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ বিদ্যালয়খনৰ বাবে নিৰাপদ স্থান প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ ।

ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম এখন বিদ্যালয়
author img

By

Published : May 22, 2019, 12:28 PM IST

মায়ং,22মে': ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয় ৷ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খন মূহুৰ্তৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ আশংকা কৰা হৈছে ৷ কাৰণ গৰাখহনীয়াত বিধ্বস্ত অঞ্চলটোত এতিয়া চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। ইতিমধ্যে এপদ দুপদকৈ আজবাববোৰ বিদ্যালয়ৰ পৰা বাহিৰ কৰিছে স্থানীয় ৰাইজে। লগতে দুই এদিনৰ ভিতৰতে বিদালয়খন আন সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। স্থানীয় ৰাইজে বিদ্যালয়খনৰ বাবে এক নিৰাপদ স্থান প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Intro:ব্ৰহ্মপুত্ৰৰ খহনিয়াত যাহ যোৱাৰ উপক্ৰম হৈছে কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয়।Body:Mayong Erosion Effected School:
এয়া মায়ং শিক্ষা খণ্ডৰ অৰ্ন্তগত কটহগুৰী কালি মন্দিৰ প্ৰাথমিক বিদ্যালয়।১৯৮৬ চনতে স্থাপন হোৱা এই বিদ্যালয়খন অাপুনি হয়টো কেইটামান ঘণ্টাৰ পাছত নেদেখিব। ব্ৰহ্মপুত্ৰৰ খহনিয়াত যাহ যোৱাৰ উপক্ৰম হৈছে এই বিদ্যালয় খন। চপৰা চপৰে খহিছে গৰা। ইতিমধ্যে এপদ দুপদ কৈ অাজবাব বোৰ বিদ্যালয়ৰ পৰা বাহিৰ কৰিছে স্থানিয় ৰাইজে। ভয়ে ভয়ে পাঠদান কৰিছে শিক্ষক শিক্ষয়ত্ৰী সকলে। ছাত্ৰ ছাত্ৰীৰ মনতো ভয় অাৰু শংকা।কোন মোহূৰ্তত নদীৰ বুকুত এই বিদ্যালয়খন হেৰাই যাব তাৰ ঠিকনা নাই।
Byte: Teacher . Student
ইতিমধ্যে ব্ৰহ্মপুত্ৰত বুকুত যাহ গৈছে অঞ্চলটোৰ বহু গাওঁ। ৰাইজ অাজি অাবেগিক। দুই এদিনৰ ভিতৰতে বিদালয় খন অান স্থানলৈ স্থানান্তৰ কৰাৰৰ সিদ্ধান্ত গ্ৰহন কৰিছে। কিন্তু সেয়াও গৰাখহনিয়া বিদ্ধস্ত অঞ্চল। সেয়েহে ৰাইজৰ চৰকাৰলৈ অাহ্বান, বিদ্যালয় খনৰ বাবে এক নিৰাপদ স্থান প্ৰদান কৰক।
Byte : Local people.Conclusion:ৰাইজৰ চৰকাৰলৈ অাহ্বান, বিদ্যালয় খনৰ বাবে এক নিৰাপদ স্থান প্ৰদান কৰক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.