ETV Bharat / state

কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল - কিলিং নৈ বাতৰি

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা, কুঠুৰী, বিলামপাৰ,পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে ৷

kiling River flood at Marigaon
কিলিং নৈৰ বাঢ়নি পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল
author img

By

Published : Sep 26, 2020, 7:34 AM IST

মৰিগাঁও, 26 ছেপ্তেম্বৰঃ মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চলত বানৰ বিভিষিকা ৷ বিগত কেইবাদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা,কুঠুৰী,বিলামপাৰ, পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও জলমগ্ন হৈছে ৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ বাবে কেইবাখনো গেটেৰে এৰি দিছে প্ৰকল্পৰ পানী ৷ কিলিং নৈৰ বাঢ়নী বানীয়ে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰাৰ ফলত প্ৰায় পোন্ধৰ হাজাৰ হেক্টৰ শলি ধানৰ খেতিৰ লগতে বিনষ্ট হৈছে হাজাৰ হাজৰ বিঘা কলখেতি ৷

kiling River flood at Marigaon
মৰিগাঁৱত বানত বুৰ গৈছে হাজাৰ বিঘা কলখেতি

লগতে পঢ়ক-কৰিমগঞ্জত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.