ETV Bharat / state

জাগীৰোড থানাৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Nov 4, 2020, 8:38 PM IST

বুধবাৰে অসম মৈত্ৰী আঁচনি জৰিয়তে নিৰ্মাণ কৰা জাগীৰোড আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিটা কাটি উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

jagirod police stations new bulding ingurations cm
জাগীৰোড থানাৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মৰিগাঁও,4 নৱেম্বৰঃ বুধবাৰে অসম মৈত্ৰী আঁচনি জৰিয়তে নিৰ্মাণ কৰা জাগীৰোড আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিটা কাটি উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে তেওঁ কয় যে, ৰাজ্যৰ আৰক্ষী বিভাগক অধিক কাৰ্যক্ষম আৰু গতিশীল কৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে ।

উদ্ধোধনী অনুস্থানটোত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতিশীঘ্ৰে অৰ্ণব গোস্বামীক বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী জনালে ৷ ইপিনে মহাৰাষ্ট্ৰ পুলিচে অৰ্ণব গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এইয়া গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰা হৈছে ।

উক্ত উদ্ধোধনী অনুষ্ঠানত জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সহিতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থাকে।

লগতে পঢ়কঃ ধেমাজিত AJYCP ৰ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.