ETV Bharat / state

এটা ৰে'লৱে ক্ৰচিঙে জ্বলা কলা খুৱাইছে জাগীৰোডবাসীক - ৰে'লৱে ক্ৰচিঙ

বিভাগীয় বিষয়াৰ হেমাহীৰ অভিযোগ ভুক্তভুগি ৰাইজৰ

ভুক্তভুগি ৰাইজ
author img

By

Published : Mar 3, 2019, 11:33 PM IST

মৰিগাঁও,৩ মাৰ্চ: মৰিগাঁও-জাগীৰোড সংযোগী পথৰ জাগীৰোড ৰে'লৱে ষ্টেচনৰ ওপৰত বৰ্তমানো নহ'ল এখন অভাৰ ব্ৰীজ । যাৰ ফলত ঘণ্টা ঘণ্টা ধৰি আবদ্ধ জাগীৰোড মৰিগাঁও পথৰ যাত্ৰী ।বছৰ বছৰ ধৰি ৰে'লৱে এখন অভাৰব্ৰীজৰ অভাৱত হাহাকাৰৰ সন্মুখীন হৈছে মৰিগাঁৱৰ ৰাইজ ।

ৰে'লৱে ক্ৰচিঙক লৈ সমস্যা জাগীৰোডবাসীৰ

উল্লেখ্য যে উজনীমুৱা যিকোনো ৰে'ল আহিলেই আবদ্ধ হ'বলগীয়া হয় সাধাৰণ জনতা, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু সংকটজনক ৰোগী । ফলত দৈনিক জাগীৰোড মৰিগাঁও এই ৰেলৱে ক্ৰচিঙে নানা সমস্যাৰ সৃষ্টি কৰি আহিছে । পৰিতাপৰ বিষয় য়ে স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ নিজা সংসদীয় সমষ্টিৰ তথা জাগীৰোড বিধান সভা সমষ্টিৰ এই ৰেলৱে ক্ৰচিঙৰ পৰা উদ্ভৱ হোৱা নানা সমস্যাৰ বিষয়ে বহু সময়ত বিভাগীয় বিষয়াক অৱগত কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসী ৰাইজে । ফলস্বৰূপে এনেদৰেই প্ৰতিদিনে এখন ৰে'ল আহিলেই জাগীৰোড ৰে'লৱে ক্ৰচিঙত আবদ্ধ হয় শ শ লোক ।

Intro:মৰিগাঁও জাগীৰোড পথৰ জাগীৰোড ৰেলৱে ষ্টেচনত ওপৰত আজিও নহল অভাৰ ব্ৰীজ।ফলত ঘন্টা ঘন্টা ধৰি আবদ্ধ জাগীৰোড মৰিগাঁও পথৰ শ শ যাত্ৰী।

Body: বছৰ বছৰ ধৰি নহল এখন সামান্য ৰেলৱে অভাৰব্ৰীজ ফলত হাহাকাৰ ৰ সন্মুখীন মৰিগঁঞা দহলাখ জনতা তথা ৰাইজ।।জাগীৰোড- মৰিগাঁও পথৰ এখন ৰেলৱে অভাৰব্ৰীজৰ বাবে বছৰ বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন মৰিগাঁও জিলাৰ সৰ্বসাধাৰণ ৰাইজ। উজনীমুৱা যিকোনো ৰেল আহিলেই আবদ্ধ হব লগীয়া হয় সাধাৰণ জনতা,আবদ্ধ হয় স্কুল কলেজৰ ছাত্র-ছাত্ৰী। আবদ্ধ হয় সংকটজনক ৰোগী। বিশেষকৈ মৰিগাঁও জিলা বাসীয়ে দৈনিক এই সমস্যাৰ সন্মুখীন হব লগীয়া হয় একমাত্ৰ জাগীৰোড ৰেলৱে ষ্টেচনৰ ৰেলৱে অভাৰ ব্ৰীজখন নথকাৰ বাবে। উজনিৰ মুৱা যিকোনো এখন ৰেলৰ আগমণত বন্ধ হয় জাগীৰোড ৰেলষ্টেচনৰ সমীপৰ এই ৰেলৱে ক্ৰচিং। ফলত সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী,সংকটজনক ৰোগীও ঘন্টা ঘন্টা ধৰি আবদ্ধ হয় জাগীৰোড ৰ এই ক্ৰচিঙত। ফলত দৈনিক জাগীৰোড মৰিগাঁও এই ৰেলৱে ক্ৰচিঙে নাধা সমস্যাৰ সৃষ্টি কৰি আহিছে।
অতি পৰিতাপৰ বিষয় এয়ে স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ নিজা সংসদীয় সমষ্টিৰ তথা জাগীৰোড বিধান সভা সমষ্টিৰ এই ৰেলৱে ক্ৰচিঙৰ সমস্যাৰ দেখাৰ পাছতো গা নলৰে মন্ত্ৰী ৰাজেন গোহাঁইৰ। ফলস্বৰূপে এনেদৰেই প্ৰতিদিনে এখন ৰেল আহিলে ই জাগীৰোড ৰেলৱে ক্ৰচিঙত আবদ্ধ হয় শ শ লোক।byte:general publick

Conclusion:ratul deka.etv bharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.