ETV Bharat / state

জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ ব্যৱসায়ী আজাৰ আলী

মৰিগাঁও জিলাৰ জাগীৰোডত গঢ় লৈ উঠিছে  ড্ৰাগছৰ ৰমৰমীয়া বেহা, জাগীৰোডৰ শিলভঙাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে আজাৰ আলী নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক

জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Aug 21, 2019, 2:49 PM IST

মৰিগাঁও, 21 আগষ্টঃ মৰিগাঁও জিলাৰ জাগীৰোডত গঢ় লৈ উঠিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ড্ৰাগছ ব্যৱসায়ীৰ বাবে এতিয়া সুগম স্থলীত পৰিণত হৈছে পাহাৰীয়া অঞ্চলৰ একাংশ জুপুৰি ৷ বুধবাৰে জাগীৰোডৰ শিলভঙাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে আজাৰ আলী নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনক লগত লৈ আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন ঘৰ আৰু জুপুৰিত আৰক্ষীয়ে তালাচী চলাই যদিও নিচা জাতীয় কোনো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:জাগীৰোডত আৰক্ষীৰ ড্রাগচ্ বিৰোধী অভিযান ।Body: পাহাৰৰ ঘন জংঘলৰ মাজেৰে অভিযান জাগীৰোড আৰক্ষীৰ ।
জাগীৰোডত গঢ লৈ উঠিছে ড্রাগচ্ৰৰ ৰমৰমীয়া বেহা । ড্ৰাগচ্ ব্যৱসায়ীৰ বাবে এতিয়া সুগম স্থ্লত পৰিণত হৈছে একাংশ জুপুৰি ঘৰ তথা পাহাৰীয়া অঞ্চল । জাগীৰোড আৰক্ষীয়ে ড্ৰাগচ্ বিৰোধী অভিযাান অব্যাহত ৰাখিছে যদিও এতিয়াও একাংশ ব্যৱসায়ীয়ে দিনে নিশাই চলাই গৈছে ড্ৰাগচ্ৰ বেহা । ইয়াৰ কবলত পৰি ধ্বংস হৈছে একাংশ নৱপ্ৰজন্ম। বুধবাৰেও জাগীৰোড আৰক্ষীয়ে এনে অভিযান চলাই আটক কৰে এজন ড্ৰাগচ্ ব্যৱসায়ী আজাৰ আলীক।জাগীৰোডৰ শিলভঙাৰ অঞ্চলত অভিযান চলাই আটক কৰে এই ব্যৱসায়ীজনক । ব্যৱসায়ীজনক লগত লৈ বিভিন্ন ঘৰ জুপুৰিত আৰক্ষীয়ে তালাচী চলাই যদিও ড্রাগচ্ জাতীয় সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে আৰক্ষীয়ে অাজাৰ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।Conclusion:অভিযান কালত আটক এজন ড্রাগচ্ ব্যৱসায়ী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.