ETV Bharat / state

বাইহাটাৰ অগৰু কাৰখানাত আৰক্ষীৰ অভিযান - আৰক্ষীৰ অভিযান

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা হঠাৎ চলোৱা অভিযানত দুখন বিলাসী বাছৰ লগতে বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে ৷  এই কাৰখানাটোত বৈধ নথি পত্ৰ নোহোৱাকৈ অগৰু উৎপাদন কৰা হৈছিল ৷

অগৰু উৎপাদন কাৰখানাত আৰক্ষীৰ অভিযান
author img

By

Published : May 12, 2019, 12:35 PM IST

বাইহাটা , 12 মে' : বাইহাটা চাৰিআলিৰ মদনপুৰত শনিবাৰে নিশা এটা অগৰু উৎপাদন কৰা কাৰখানাত চাংসাৰি আৰক্ষীয়ে অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা হঠাৎ চলোৱা অভিযানত দুখন বিলাসী বাছৰ লগতে বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে ৷

অগৰু উৎপাদন কাৰখানাত আৰক্ষীৰ অভিযান

উল্লেখ্য যে বহু দিনৰ পৰা এই কাৰখানাটোত বৈধ নথি পত্ৰ নোহোৱাকৈ অগৰু উৎপাদন কৰা হৈছিল ৷ কোঠা এটাৰ ভিতৰত আঠটাকৈ গেছ ষ্টোভ জ্বলাই অগৰু উৎপাদন কৰি আহিছিল ৷ লগতে কোঠাটোৰ ভিতৰত সংলগ্ন কৰি ৰাখিছিল ৱাই ফাই যুক্ত চি চি টিভি ৷ দণ্ডাধীশ সুৰজিত বৰাৰ উপস্থিতিত অগৰু উৎপাদ কৰা কাৰখানাটো চীল কৰা হয় ৷

Intro:Baihata Illigel Agaru Factory Seal

V/O:---বাইহাটা চাৰিআলিত নিশা আৰক্ষীৰ অভিযান । বাইহাটা চাৰিআলিৰ মদনপুৰত এটা অগৰু উৎপাদন কৰা কাৰখানাত অভিযান চলাই চাংসাৰি আৰক্ষীয়ে । চাংসাৰি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি হঠাৎ নিশা চলোৱা অভিযানত জব্দ কৰে দুখন বিলাসী বাছ গাড়ীৰৰ লগতে অগৰু উৎপান কৰা সা সৰঞ্জাম । উল্লেখ্য যে বহু দিনৰ পৰা এই কাৰখানাটোত বৈধ নথি পত্ৰ নোহোৱাকৈ উৎপাদন কৰি আছিল অগৰু । দেখাত তেনেই সাধাৰন কোঠা এটাৰ ভিতৰতে আঠটা কৈ গেছ ষ্টোভ জ্বলাই উৎপাদন কৰি আহিছিল অগৰু । লগতে কোঠাটোৰ ভিতৰত সংলগ্ন কৰি ৰাখিছিল ওৱাই ফাই যুক্ত চি চি টিভি । দণ্ডাধীশ সুৰজিত বড়া উপস্থিত হৈ অগৰু উৎপাদ কৰা কাৰখানাটো চীল কৰি দিয়ে ।

বাইট:-----
Body:..Conclusion:Baihata Illigel Agaru Factory Seal

.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.