ETV Bharat / state

বানত দিশহাৰা বন্যপ্ৰাণীঃ এতিয়াও ঠায়ে-ঠায়ে উদ্ধাৰ মৃতদেহ - etv bharat

পবিতৰাৰ প্ৰায় ৫০ শতাংশ এলেকা এতিয়াও বানৰ কবলত । আনহাতে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী জীয়াজুৰিত বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ
author img

By

Published : Jul 24, 2019, 8:43 PM IST

ব্যুৰ ৰিপ'ৰ্ট, 24 জুলাইঃ পবিতৰা অভয়াৰণ্যত তিনিমহীয়া গঁড়ৰ পোৱালিৰ মৃত্যু ৷ নগাওঁ কাৰ্বি আংলং সীমান্তত উদ্ধাৰ বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ। পবিতৰা অভয়াৰণ্যত মৃত্যুমুখত পৰিল তিনিমহীয়া গঁড়ৰ পোৱালিৰ ৷ অভয়াৰণ্যখনৰ হাতীকেম্প হাইলেণ্ডৰ কাষত উদ্ধাৰ হৈছে চলিত বানত মৃত্যু হোৱা গঁড় পোৱালিটোৰ মৃতদেহ ৷ বানপানীৰ মাজতে অন্য গঁড়ে খুন্দিয়াই গঁড় পোৱালিটোক নিহত কৰাৰ সন্দেহ বন বিভাগৰ । উল্লেখ্য যে পবিতৰাৰ প্ৰায় ৫০ শতাংশ এলেকা এতিয়াও বানৰ কবলত ।

পবিতৰা অভয়াৰণ্যত তিনিমহীয়া গঁড়ৰ পোৱালিৰ মৃত্যু

আনহাতে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী জীয়াজুৰিত বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । কেইবাদিনৰ পূৰ্বে পাহাৰৰ পৰা এটা আঘাতপ্ৰাপ্ত হাতী নামি অহা পৰিলক্ষিত হৈছিল ৷ ৰাইজৰ সন্দেহ মতে উক্ত আঘাতৰ ফলত মৃত্যুমুখত পৰিছে হাতীটো ৷ উল্লেখযোগ্য যে কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা হাতীটোৰ সন্দৰ্ভত কোনো তথ্য নাছিল বন বিভাগৰ হাতত। স্থানীয় ৰাইজে বুধবাৰে পুৱা প্ৰত্যক্ষ কৰি খবৰ দিছিল বন বিভাগক। লগে লগে ততাতৈয়াকৈ মৃতদেহ সমাধিস্থ কৰিলে বন বিভাগে।

Intro:নগাওঁ কাৰ্বি আংলং সীমান্তত উদ্ধাৰ বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ। Body:নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী জীয়াজুৰিত বন্যহস্তীৰ গলিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চ্যলৰ ।
কেইবাদিনৰ পূৰ্বে পাহাৰৰ পৰা নামি অহা হাতীটো আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। উল্লেখযোগ্য যে
কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা হাতীটোৰ সন্দৰ্ভত কোনো তথ্য নাছিল বন বিভাগৰ হাতত।
স্থানীয় ৰাইজে বুধবাৰে পুৱা প্ৰত্যক্ষ কৰি খবৰ দিছিল বন বিভাগক। লগে লগে ততাতৈয়াকৈ মৃতদেহ সমাধিস্থ কৰিলে বন বিভাগে।
Bite.
----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
24-7-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.