ETV Bharat / state

কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ - লোকসভা নিৰ্বাচন

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলালে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 16, 2019, 10:36 PM IST

মৰিগাঁও, 16 এপ্ৰিল : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লখিমপুৰৰ বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ মৰিগাঁও বিধানসভা সমষ্টিৰ কাঁহিবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ লগতে ৰূপক শৰ্মাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰি আকৌ এবাৰ মোডীক প্ৰধানমন্ত্ৰী পাতিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ

ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাঁচখন আসনতেই বিজেপি জয়ী হোৱাৰ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো আটাইকেইখন আসনতে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই ৷

Intro:ৰাজ্যৰ দ্বিতীয় প্ৰয্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা মৰিগাঁৱত লক্ষীমপুৰৰ সাংসদ তথা লক্ষীমপুৰৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ ৰূপক শৰ্মাৰ হৈ মাৰাথন প্ৰচাৰ মৰিগাঁৱত।এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

Body:দ্বিতীয় পয্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত বিজেপিৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ অংশৰূপে দহ নং নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰী আৰু লক্ষীমপুৰৰ সাংসদ তথা লক্ষীমপুৰৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই মৰিগাঁও বিধান সভাসমষ্টিৰ কাঁহিবাৰীত চলালে ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ। স্হানীয় বিজেপি কৰ্মী কান্তৰাম দাসৰ নেতৃত্বত দুয়োগৰাকী বিজেপি আৰু মিত্ৰজোটৰ নেতাই ৰুপক শৰ্মাৰ অবিহনে ই ৰুপক শৰ্মাক পদুম ফুলৰ ছবিত ভোটদি জয়যুকক্ত কৰি আকৌ এবাৰ মোডীক প্ৰধান মন্ত্ৰী পাতিবলৈ আহবান। অগপৰ নেতাকৰ্মীৰ উপস্থিতি ত অনুষ্ঠিত হোৱা দলীয় নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিক ৰে হোৱা সাক্ষাৎকাৰত সাংসদপ্ৰদান বৰুৱাই কয় যে প্ৰথম প্ৰয্যায়ৰ নিৰ্বাচন ত আটাইকেইখন আসনত বিজেপি জয়ী হব আৰু দ্বিতীয় পয্যায়ৰ নিৰ্বাচনতো আটাইকেইখন আসনত জয়ী হবলৈ সক্ষম হব বিজেপিৰ প্ৰাৰ্থী। কিছুমান ৰাজনৈতিক দলে গাজোৰে কব লাগে বাবে কৈ আছে।byte:Pradan Baruah
আনহাতে এই সন্দৰ্ভত বিধায়ক ৰমাকান্ত দেউৰী আকৌ আৰু এখোজ চৰা।আমাৰ জয় নিশ্চিত।মাত্ৰ আমাৰ নগাঁও সংসদীয় সমষ্টিত সাতজন মিত্ৰজোটৰপ্ৰাৰ্থীৰ মাজত মাথো প্ৰতিযোগিতা চলিছে কোনে কিমান বেছিভোট দিব পাৰে।যোৱা বিধান সভা নিৰ্বাচন ত মঈ ত্ৰিশ হাজাৰ ভোটতত লীড লৈছিলো।এই বাৰ মই মোৰ সমষ্টিৰ পৰা ৰুপক শৰ্মাক চল্লিশ হাজাৰ ভোটতত লীড দি জয়ী কৰিম। কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ আমাৰ সমকক্ষ নহয়।byte: Ramakanta dewri

Conclusion:ratul deka..etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.