ETV Bharat / state

125 টা গৰু, ৬ জন শ্ৰমিক আৰু 5 জন ট্ৰাকৰ কাহিনী কি?

শনিবাৰে মৰিগাঁও জিলা উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ নেতৃত্বত চলা অভিযান আটক হয় চোৰাং গৰু বেপাৰী কেইজন ৷ 37 নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই ধৰমতুলত আটক কৰে 125 টা গৰু, ৬ জন শ্ৰমিক আৰু 5 জন ট্ৰাক চালকক

মৰিগাঁৱত 5 খন ট্ৰাকত উদ্ধাৰ চোৰাং গৰু, 12 আটক
author img

By

Published : Sep 29, 2019, 6:16 PM IST

মৰিগাঁও, 29 চেপ্তেম্বৰঃ মৰিগাঁৱত 5 খন ট্ৰাকৰ পৰা শতাধিক গৰু উদ্ধাৰ কৰাৰ লগতে আটক 12 গৰাকী অভিযুক্ত ৷ শনিবাৰে মৰিগাঁও জিলা উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ নেতৃত্বত চলা অভিযান আটক হয় চোৰাং গৰু বেপাৰী কেইজন ৷ 37 নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই ধৰমতুলত আটক কৰে 125 টা গৰু, ৬ জন শ্ৰমিক আৰু 5 জন ট্ৰাক চালকক । আনহাতে, নেলী আৰক্ষী চকীতো ২২ গৰু সহ এখন ট্ৰাক জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মৰিগাঁৱত 5 খন ট্ৰাকত উদ্ধাৰ চোৰাং গৰু, 12 আটক

উল্লেখ্য যে, লখিমপুৰ, নগাঁও, ডবকা, হোজাইকে কৰি বিভিন্ন জিলাৰ পৰা বাংলাদেশলৈ চালানৰ বাবে গৰু সমূহ অনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তাৰোপৰি জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ এনেধৰণৰ ML-06-5965, ML-11-8869, AS-17-B-0891, AS-02-9501, AS-01-HC-8851.

Intro:মৰিগাঁৱত ৭ খন ট্ৰাকৰ পৰা শতাধিক গৰু আৰু ১২গৰাকী অভিযুক্তক আটক আৰক্ষীৰ। নিশা মৰিগাঁও জিলা উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ নেতৃত্বত চলা অভিযান আটক হয় গৰু বেপাৰী ।Body:অৱশেষত টোপনি ভাগিল মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ।ইয়াৰ ফলস্বৰূপেই শনিবাৰে
মৰিগাঁও ধৰমতুল আৰক্ষী থানাত ৫ খনকৈ সন্দেহ যুক্ত গৰু ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ।
মৰিগাঁও জিলা উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই ধৰমতুলত১২৫,টা ৬জন শ্ৰমিক ৭ জন চালকক আটক । আনহাতে নেলী আৰক্ষী চকীতো এখন গাড়ী সহ ২২ গৰু জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত ।উল্লেখযোগ্য যে এই অবৈধ ব্যৱসায় লগত জড়িত লোক কেইজনে
আৰক্ষী জেৰাত ধৃত গৰু বেপাৰীকেইটাই
লক্ষ্মীমপুৰ, নগাঁও, ডবকা, হোজাই আদি জিলাৰ বিভিন্ন ঠাইৰ পৰা বাংলাদেশলৈ চালানৰ বাবে আনিছিল এই গৰু সমূহ অনা বুলি জানিব দিয়ে ।
জব্দ কৰা ৫ খন ট্ৰাকৰ নম্বৰ ML 06 5965 ,ML 11 8869, AS- 17-B 0891, AS- 02 9501, AS -01 HC- 8851
উল্লেখযোগ্য যে এই ৰাষ্ট্ৰীয় পথেৰে বিভিন্ন সময়ত অবৈধ ভাৱে সৰবৰাহ কৰি আহিছিল অবৈধভাৱে গৰুৰ ৰমৰমীয়া বেহা । শনিবাৰে নিশা অবশেষত মৰিগাঁও জিলা আৰক্ষী চকু মেল খোৱাত ধৰা পৰে বাংলাদেশলৈ চালান দিয়া গোধন।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.