ETV Bharat / state

মৰিগাঁও জিলা প্ৰশাসনত হাহাকাৰ

author img

By

Published : Apr 17, 2020, 5:31 PM IST

মৰিগাঁওৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালকসহ 13 জনকৈ সাংবাদিক কোৱাৰেণ্টাইনত ৷

Covid19 Cases in Morigaon
মৰিগাঁও জিলা প্ৰশাসনত হাহাকাৰ

মৰিগাঁও, 17 এপ্ৰিলঃ বৃহস্পতিবাৰে মৰিগাওঁত 2জনকৈ লোকৰ দেহত COVID-19 ধৰা পৰাৰ কথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ জিলাখনত সৃষ্টি হৈছে এতিয়া চাঞ্চ্যলৰ ৷ কাৰণ দিল্লীৰ নিজামুদ্দিন লৈ যোৱা কৰ'ণাত আক্ৰান্ত ভূৰাগাঁৱৰ চামচুল আলম ঘৰলৈ ঘূৰি অহাৰ পাছতে ব্যক্তিগৰাকীক লগত লৈ ভূৰাগাঁৱত ক'ৰণা সম্পৰ্কীয় এক সজাগতা সভাত অংশগ্ৰহণ কৰিছিল মৰিগাঁৱৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালকসহ 13 জনকৈ সাংবাদিকে ৷ আনহাতে চামচুল আলম কৰ'ণাত আক্ৰান্ত বুলি চিনাক্ত হোৱাত এতিয়া উপায়ুক্তসহ সভাত অংশগ্ৰহণ কৰা শীৰ্ষ বিষয়া আৰু সকলো সাংবাদিকক স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ৷

মৰিগাঁও জিলা প্ৰশাসনত হাহাকাৰ

লগতে পঢ়কঃ লক ডাউনৰ মাজতে বৰপেটাৰ ৰাজপথত একাংশ লোকৰ টিঘিলঘিলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.