ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মহোৎসৱৰ - টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ

তিৱা জনগোষ্ঠীক বিশ্ব দৰবাৰত পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত তিৱা মহোৎসৱত অনুষ্ঠিত কৰা হৈছিল ৷ মৰিগাঁও কামৰূপ জিলা সীমান্তৱৰ্তী টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত এই তিৱা মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷

Morigaon
মৰিগাঁও
author img

By

Published : Jan 27, 2020, 9:20 AM IST

মৰিগাঁও, 27 জানুৱাৰীঃ দেওবাৰে মৰিগাঁৱত গীত মাত আৰু গ্ৰন্থ উন্মোচনৰে সামৰণি পৰিল তিনিদিনীয়া তিৱা মহোৎসৱ ৷ বিশ্ব দৰবাৰত তিৱা জনগোষ্ঠীক এটা পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মৰিগাঁও কামৰূপ জিলা সীমান্তৱৰ্তী টোপাতলী তিৱা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য তিৱা মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল ৷ 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা এই তিৱা মহোৎসৱৰ দেওবাৰে সামৰণি পৰে ৷

সামৰণি পৰিল বৰ্ণাঢ্য তিৱা মহোৎসৱ

উল্লেখ্য যে এই তিৱা মহোৎসৱত উদ্ভাষিত হ'ল তিৱাসকলৰ অন্যতম উৎসৱ 'ছগ্ৰা মিছাৱা' মনোৰম সাংস্কৃতিক দৃশ্য৷ সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক সমাহাৰত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰে খাদ্যৰসিক সকলক আৰ্কষণ কৰে ৷ দেওবাৰৰ এই তিৱা মহোৎসৱত অংশলৈ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাই স্বগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ উদ্যোগত তিৱাসকলক এটা শক্তিশালী জাতি হিচাপে বিশ্বত চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ জনাই৷ লগতে তেওঁ এই মহোৎসৱক জাতীয় অনুষ্ঠান ৰূপে তিৱা স্বায়ত্ব পৰিষদে স্বীকৃতি দিব বুলিও মন্তব্য কৰে৷ ইয়াৰোপৰিও এই মুকলি সভাতে উন্মোচন কৰা হয় এখন গ্ৰন্থ ৷ এই মহোৎসৱৰ মুকলি সভাত জনগোষ্ঠীটোৰ কেইবাজনো ৰাজনৈতিক নেতা তথা ছাত্ৰ নেতা উপস্থিত হৈ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা আগবঢ়ায়।

লগতে পঢ়ক - কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

Intro:গীত -মাত, পূজা, আৰু গ্ৰন্থ উন্মোচনৰে সামৰণি পৰিল তিনিদিনীয়া তিৱা মহোৎসৱৰ । বিশ্ব দৰবাৰত তিৱা জনগোষ্ঠীক এটা পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰদৰ্শন মৰিগাঁও কামৰূপ জিলা সীমান্তৱৰ্তী তোপাতলী তিৱা সাংস্কৃতিক গবেষণা কেন্দ্ৰত অনুষ্ঠিত এই বণাৰ্ঢ্য তিৱা মহোৎসৱ।Body:তিৱা সকলৰ লোক কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বিগত ২৪ ৰ পৰা ২৬ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা তিৱা মহোৎসৱৰ দেওবাৰে গীতে মাতে সফল সামৰণি ৷ মৰিগাঁও
-কামৰূপৰ জিলা সীমান্তৱৰ্তী টোপাতলীত তিৱা মহোৎসৱত উদ্ভাসিত হল তিৱাসকলৰ অন্যতম উৎসৱ 'ছগ্ৰা মিছাৱা' মনোৰম সাংস্কৃতিক দৃশ্য ৷ মনকৰিবলগীয়া যে সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক সমাহাৰত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰে খাদ্যৰসিক সকলোকে আৰ্কষণ কৰে। এক কথাত কবলৈ গলে টোপাতলীৰ তিৱা ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ প্ৰাঙ্গন কাৰ্যতঃ হৈ পৰিল নৃগোষ্ঠীয় খাদ্য সম্ভাৰৰ গবেষণাৰ থলী৷
Byte_(1)atsu leader
দেওবাৰৰ এই তিৱা মহোৎসৱত অংশলৈ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পবন মান্তাই তিৱাসকলক এটা শক্তিশালী জাতি হিচাপে বিশ্বত চিনাকি কৰি দিয়াৰ বাবে স্বগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে উদ্যোগ লোৱাৰ বাবে ধন্যবাদ জনাই ।আনহাতে পৰৰ্বতী সময়ত এই মহোৎসৱক জাতীয় অনুষ্ঠান ৰূপে তিৱা স্বায়ত্ব পৰিষদে স্বীকৃতি দিব বুলি মন্তব্য কৰে ।দেওবাৰে এই মুকলি সভাতে উন্মোচন কৰা হয় এখন গ্ৰন্থ । আনহাতে এই মহোৎসৱৰ মুকলি সভাত জনগোষ্ঠীটোৰ কেইবাজনো ৰাজনৈতিক নেতা তথা ছাত্ৰ নেতা উপস্থিত হৈ জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে লবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা আগবঢ়ায়।bytes-2 c.e.m.paban mantaConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.