মৰিগাঁও,6 নৱেম্বৰ : মৰিগাঁৱত বিদ্যাৰোহী সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে মৰিগাঁও জিলা বিদ্যাৰোহী সমিতিৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।
![Celebration of Foundation Day of Vidyrohi Samiti in Morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-5-thnov-establishday-rtu-804-vis-img-bt-as10005_05112020213043_0511f_03641_31.jpg)
মৰিগাঁৱৰ চাৰণ বিল কমপ্লেক্সৰ প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইচমাআৰা বেগম,মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ শ্বাহনাজ খানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷
![Celebration of Foundation Day of Vidyrohi Samiti in Morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-5-thnov-establishday-rtu-804-vis-img-bt-as10005_05112020213043_0511f_03641_73.jpg)
লগতে পঢ়ক : তিনিচুকীয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন