ETV Bharat / state

মৰিগাঁৱৰ সদৰত 22 টাকৈ চি.চি.টিভি কেমেৰা সংস্থাপন - CCTV cameras installed in Morigaon

বৃহস্পতিবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে চি.চি.টিভি কেমেৰা সংস্থাপনৰ শুভাৰম্ভ কৰা হয় ৷ মৰিগাঁও সদৰৰ পুলিচ পইন্টত এক পথসভা আয়োজন কৰি জিলা উপায়ুক্ত লীনা দাস আৰু অধীক্ষক ডঃ নন্দ সিং বৰকলাই শুভাৰম্ভ কৰে ।

cctv-cameras-installed-in-morigaon
মৰিগাঁৱৰ সদৰত 22 টাকৈ চি.চি.টিভি কেমেৰা সংস্থাপন
author img

By

Published : Feb 18, 2021, 10:57 PM IST

Updated : Feb 18, 2021, 11:06 PM IST

মৰিগাঁও, 18 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে চি.চি.টিভি কেমেৰা সংস্থাপনৰ শুভাৰম্ভ কৰা হয় ৷ মৰিগাঁও সদৰৰ পুলিচ পইন্টত এক পথসভা আয়োজন কৰি জিলা উপায়ুক্ত লীনা দাস আৰু অধীক্ষক ডঃ নন্দ সিং বৰকলাই শুভাৰম্ভ কৰে ।

সভাখনৰ আঁত ধৰে মৰিগাঁও জিলাৰ পৰিবহণ বিষয়া বাপন কলিতাই ৷ সভাত জিলা উপায়ুক্ত লীনা দাসে কয় যে, প্ৰথম পৰ্যায়ত মৰিগাঁও চহৰৰ বিভিন্ন প্ৰান্তত ২২টা আৰু নেলী ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে ৷

মৰিগাঁৱৰ সদৰত 22 টাকৈ চি.চি.টিভি কেমেৰা সংস্থাপন

আনহাতে আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই কয়, এই কেমেৰাৰ জৰিয়তে সকলো নিৰীক্ষণ কৰা হ'ব ৷ ইয়াৰ লগতে বহু খিনি সময়ত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা যানবাহন সমূহ চিনাক্ত কৰি জব্দ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি নন্দ সিং বৰকলাই মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি দি'ব অগপই

Last Updated : Feb 18, 2021, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.