ETV Bharat / state

মৰিগাঁৱত জব্দ তিনিখন গৰু ভৰ্তি ট্ৰাক - ট্ৰাক তিনিখনৰ পৰা উদ্ধাৰ মুঠ 103 টা গৰু

নগাঁৱৰ জামুগুৰিৰ পৰা গুৱাহাটী নমাইল অভিমুখে গৈ থকা অৱস্থাত মৈৰাবাৰীত জব্দ কৰে ট্ৰাককেইখন ৷  জব্দ কৰা ট্ৰাক তিনিখনৰ পৰা উদ্ধাৰ মুঠ 103 টা গৰু ৷

মৰিগাঁৱত জব্দ তিনিখন গৰু ভৰ্তি ট্ৰাক
author img

By

Published : Sep 6, 2019, 4:34 PM IST

মৰিগাঁও, 6 চেপ্তেম্বৰঃ মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা জব্দ কৰে তিনিখন গৰু ভৰ্তি ট্ৰাক । নগাঁৱৰ জামুগুৰিৰ পৰা গুৱাহাটী নমাইল অভিমুখে গৈ থকা অৱস্থাত মৈৰাবাৰীত জব্দ কৰে ট্ৰাককেইখন ৷ জব্দ কৰা ট্ৰাক তিনিখনৰ পৰা উদ্ধাৰ মুঠ 103 টা গৰু ৷ জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে ML-05-S-4014, NL-01-AB-9916 আৰু AS-01-LC-3593 । তাৰোপৰি ট্ৰাক কেইখনৰ সৈতে ট্ৰাকৰ চালক সহায়ক সহ ১১ জনক আটক কৰি মৈৰাবাৰী আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে । উল্লেখ্য যে, জব্দকৃত ট্ৰাক কেইখনৰ ভিতৰত এখনৰো নাই কেটেল পাৰ্মিত ।

Intro:মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে পুৱতি নিশা জব্দ কৰে তিনিখন গৰু ভৰ্তি ট্ৰাক। তিনিখন ট্ৰাকত ১০৩ টা গৰু লৈ গুৱাহাটী অভিমুখে গৈ আছিলBody:মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীৰ হাতত জব্দ তিনি খন গৰু ভৰ্তি ট্ৰাক । ট্ৰাক কেইখন নগাঁও জিলাৰ জামুগুৰিৰ পৰা গুৱাহাটী নমাইল অভিমুখে গৈ থকা অৱস্হাত মৈৰাবাৰীত পুৱতি নিশা জব্দ কৰে আৰক্ষীয়ে । ট্ৰাক তিনিখনত সৰ্বমুঠ ১০৩ টা গৰু আছিল। জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে ML 05 S 4014, NL 01 AB 9916 আৰু AS 01 LC 3593 ।ট্ৰাক কেইখনৰ সৈতে ট্ৰাকৰ চালক সহায়ক সহ ১১ জনক আটক কৰি মৈৰাবাৰী আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে। জানিব পৰা মতে ট্ৰাক কেইখনৰ ভিতৰত এখনৰো নাই কেটেল পাৰ্মিত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.