ETV Bharat / state

Book launch in Morigaon: মৰিগাঁৱত বিনোদ চন্দ্ৰ শৰ্মাৰ নাটকৰ গ্ৰন্থ উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:36 PM IST

সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয়ত উন্মোচন কৰা হয় নাট্যকাৰ বিনোদ চন্দ্ৰ শৰ্মাৰ এখন নাটকৰ গ্ৰন্থ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উন্মোচন কৰে উক্ত গ্ৰন্থখনি । বিনোদ কুমাৰ শৰ্মাই নাটকৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি এনে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ বিষয়টোত শলাগ লয় সকলোৱে ।

Book launch of Vinod Chandra Sharm in Morigaon
মৰিগাঁৱত বিনোদ চন্দ্ৰ শৰ্মাৰ নাটকৰ গ্ৰন্থ উন্মোচন

মৰিগাঁও,২৬ ছেপ্টেম্বৰ: মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে নিজ কাৰ্যালয়ত বিশিষ্ট নাট্যকাৰ বিনোদ চন্দ্ৰ শৰ্মাৰ এখন নাটকৰ গ্ৰন্থ উন্মোচন কৰে । গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে আজিৰ দিনত গ্ৰন্থ এখন প্ৰকাশ কৰাটো বৰ সহজ কথা নহয় । এনে পৰিস্থিতিত বিনোদ কুমাৰ শৰ্মাই নাটকৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি এনে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ বিষয়টোত জিলা আয়ুক্তগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।

তেওঁ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মত প্ৰকাশ কৰে । মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নিজ কাৰ্যালয়ত বিশিষ্ট নাট্যকাৰ বিনোদ চন্দ্ৰ শৰ্মাৰ এখন নাটকৰ গ্ৰন্থ উন্মোচন কৰে । গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে আজিৰ দিনত গ্ৰন্থ এখন প্ৰকাশ কৰাটো বৰ সহজ কথা নহয় । এনে পৰিস্থিতিত বিনোদ কুমাৰ শৰ্মাই নাটকৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি এনে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ বিষয়টোত জিলা আয়ুক্তগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।

1

তেওঁ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান হিচাপে গণ্য কৰিছে বুলিও মত প্ৰকাশ কৰে । জ্যোতিষ বৰ্মণে অনুষ্ঠানটোৰ আঁত ধৰি বিনোদ কুমাৰ শৰ্মাৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ বিৰিঞ্চি কুমাৰ শৰ্মাই বিনোদ কুমাৰ শৰ্মাৰ নাট্য প্রতিভাৰ বিষয়ে বক্তব্য আগবঢ়ায় ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত আৰু পুৰস্কাৰ প্ৰাপক নাট্যকাৰ বিনোদ কুমাৰ শৰ্মাৰ মৰিগাঁও জিলাৰ নাটকৰ ক্ষেত্ৰখনলৈ বিপুল অৱদান আছে । গ্ৰন্থখনত মুঠ ছখন নাটক আছে । অনুষ্ঠানত বিশিষ্ট তিৱা লেখক আৰু গৱেষক মনেশ্বৰ দেউৰী, জ্যেষ্ঠ সাংবাদিক উপেন ডেকা, ডালিম ফুকন, অজিৎ কুমাৰ শৰ্মা, জগদীশ নাথ, জিতুমণি শৰ্মা, ৰিতুমনি মহন্ত, ড৹ ৰবীন শৰ্মা, অমিত বড়ো, প্ৰকাশক নীলিমা শৰ্মা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । পিছত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসেও অনুষ্ঠানটোত যোগ দিয়ে ।

লগতে পঢ়ক: Akhil Gogoi: তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ অংশীদাৰ হিমন্ত বিশ্ব শৰ্মা; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.