ETV Bharat / state

ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন

ধিঙৰ চহৰীয়াত প্ৰায় পাঁচ শতাধিক বড়ো পৰিয়ালে অতীজৰে পৰা বাথৌ চান পূজা পালন কৰি আহিছে ৷ বাথৌ পূজাত সিজু গছক ঈশ্বৰৰ ৰূপত মানি লৈ নীতি-নিয়মেৰে পূজা-অৰ্চনা কৰা হয় ৷ মঙলবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে এই উৎসৱ পালন কৰে চহৰীয়াৰ বড়ো জনগোষ্ঠীয় লোকসকলে ৷

bathou pooja celebrate at dhing
bathou pooja celebrate at dhing
author img

By

Published : Jan 27, 2021, 9:19 AM IST

Updated : Jan 27, 2021, 9:27 AM IST

ধিং, 27 জানুৱাৰী : অসমৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ পৰম্পৰাগত উৎসৱ হৈছে বাথৌ পূজা ৷ মাঘমাহৰ দ্বিতীয় সপ্তাহত বড়োসকলে পালন কৰে এই উৎসৱটি ৷ ৰাজ্যৰ বড়ো বসতি প্ৰধান অঞ্চলৰ লগতে ধিঙতো বড়োসকলে পালন কৰিছে এই উৎসৱ ৷

ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন

ধিঙৰ চহৰীয়াত প্ৰায় পাঁচ শতাধিক বড়ো পৰিয়ালে অতীজৰে পৰা বাথৌ চান পূজা পালন কৰি আহিছে ৷ বাথৌ পূজাত সিজু গছক ঈশ্বৰৰ ৰূপত মানি লৈ নীতি-নিয়মেৰে পূজা-অৰ্চনা কৰা হয় ৷ ইয়াৰ লগতে মহিলাসলকে পৰম্পৰাগতভাৱে বড়ো জনগোষ্ঠীয় গীত নৃত্য পৰিৱেশন কৰে ৷ চহৰীয়াৰ বড়ো লোকসকলে বাথৌ পূজা উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ৷ মঙলবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে এই উৎসৱ পালন কৰে চহৰীয়াৰ বড়ো জনগোষ্ঠীয় লোকসকলে ৷

লগতে পঢ়ক : মিলন ঘটিছে নেকি কংগ্ৰেছ-অগপৰ?

Last Updated : Jan 27, 2021, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.