ETV Bharat / state

নাকেৰে চিত্ৰ অংকন শিল্পী শিৰোমণিৰ

author img

By

Published : Aug 10, 2019, 7:33 PM IST

নাকেৰে চিত্ৰ অংকন কৰি ‘Save Rhino’ ৰ প্ৰচাৰ চলালে শিল্পী শিৰোমনি দলেই ৷ গঁড় হত্যা ৰোধৰ দাবীত শিল্পীৰ অভিনৱ প্ৰয়াস ৷ কেইবাটাও সংগঠনৰ উদ্যোগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতামূলক অনুষ্ঠান ৷

নাকেৰে চিত্ৰ অংকন শিল্পী শিৰোমণিৰ

পবিতৰা, 10 আগষ্ট : গঁড় হত্যা ৰোধৰ দাবীত শিল্পীৰ অভিনৱ প্ৰয়াস ৷ নাকেৰে চিত্ৰ অংকন কৰি ‘Save Rhino’ ৰ প্ৰচাৰ চলালে লিমকা বুক অফ ৱৰ্লড ৰেকৰ্ডত স্থান দখল কৰা শিল্পী শিৰোমনি দলেই ৷ শিল্পীগৰাকীয়ে ‘Save Rhino’ শ্ল’গানেৰে দেশৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰচাৰ চলাইছে গঁড় সুৰক্ষাৰ ৷ সেই উদ্দেশ্যে শনিবাৰে যাদুৰ দেশ হিচাপে খ্যাত মায়ঙত অনুষ্ঠিত হয় সজাগতামূলক এক অনুষ্ঠান ৷ পবিতৰা অভয়াৰণ্য, পবিতৰা ইক’ টুৰিজম ডেভেলপমেন্ট ছ’চাইটি আদি কেইবাটাও সংগঠনৰ উদ্যোগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকে নাকেৰে চিত্ৰ অংকন কৰা শিল্পী শিৰোমনি দলে ৷ বিভিন্ন সময়ত চলন্ত মটৰচাইকেলত নাকেৰে চিত্ৰ অংকন কৰি লিম্‌কা বুক অফ ৱৰ্লড ৰেকৰ্ডৰ দৰে কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে শিৰোমনিয়ে ৷ এইবাৰো গঁড় হত্যাৰ প্ৰতিবাদত আৰু অসম গৌৰৱ এশিঙীয়া গঁড় সুৰক্ষাৰ দাবীত শিৰোমনি দলেই নাকেৰে অংকন কৰে গঁড়ৰ ছবি ৷ ছবিত শিৰোমনিয়ে ফুটাই তোলে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ মৰ্মান্তিক দৃশ্য ৷ এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ পাঠ্যক্ৰমত গঁড় সুৰক্ষাৰ বিষয়টো অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ অনুষ্ঠানটোত উপস্থিত থাকি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভূয়সী প্ৰশংসা কৰে শিল্পীগৰাকীক ৷

Intro:গঁড় হত্যা ৰোধৰ দাবীত শিল্পীৰ অভিনৱ প্ৰয়াসBody:

Anchor_গঁড় হত্যা ৰোধ আৰু এশিঙীয়া গঁড় সুৰক্ষাৰ দাবীত শিল্পীৰ অভিনৱ প্ৰতিবাদ ৷ নাকেৰে চিত্ৰ অংকন কৰি Save Rhino ৰ প্ৰচাৰ চলালে লিমকা বুক অফ ৱৰ্লড ৰেকৰ্ডত স্থান দখল কৰা শিল্পী শিৰোমনি দলেই ৷
৷ নাকেৰে অংকন গঁড় হত্যাৰ মৰ্মান্তিক দৃশ্য ৷ মায়ঙত শিল্পী শিৰোমনি দলেৰ Save Rhino ৰ প্ৰচাৰ ৷ নাকেৰে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ ছবি অংকন কৰিলে শিল্পী শিৰোমনি দলেই ৷ Save Rhino শ্লোগানেৰে দেশৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰচাৰ চলাইছে গঁড় সুৰক্ষাৰ ৷ সেই উদ্দেশ্যে শনিবাৰে যাদুৰ দেশ হিচাপে খ্যাত মায়ঙত অনুষ্ঠিত হয় সজাগতামূলক এক অনুষ্ঠান ৷ পবিতৰা অভয়াৰন্য, পবিতৰা ইক’ টুৰিজম ডেভেলপমেন্ট ছ’চাইটি আদি কেইবাটাও সংগঠনৰ উদ্যোগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকে নাকেৰে চিত্ৰ অংকন কৰা শিল্পী শিৰোমনি দলে ৷ বিভিন্ন সময়ত চলন্ত মটৰচাইকেলত নাকেৰে চিত্ৰ অংকন কৰি লিম্‌কা বুক অফ ৱৰ্লড ৰেকৰ্ডৰ দৰে কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে শিৰোমনিয়ে ৷ এইবাৰো গঁড় হত্যাৰ প্ৰতিবাদত আৰু অসম গৌৰৱ এশিঙীয়া গঁড় সুৰক্ষাৰ দাবীত শিৰোমনি দলেই নাকেৰে অংকন কৰে গঁড়ৰ ছবি ৷ ছবিত শিৰোমনিয়ে ফুটাই তোলে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ মৰ্মান্তিক দৃশ্য ৷ এই অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ পাঠ্যক্ৰমত গঁড় সুৰক্ষাৰ বিষয়টো অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ শিৰোমনি দলেৰ এই প্ৰয়াসে আপ্লুত কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক ৷ অনুষ্ঠানটোত উপস্থিত থাকি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভূয়সী প্ৰশংসা কৰে শিল্পীগৰাকীক ৷
Byte_শিৰোমনি দলেConclusion:নাকেৰে চিত্ৰ অংকন কৰি Save Rhino ৰ প্ৰচাৰ চলালে লিমকা বুক অফ ৱৰ্লড ৰেকৰ্ডত স্থান দখল কৰা শিল্পী শিৰোমনি দলেই ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.