ETV Bharat / state

ধিঙত শতাধিক এআইইউডিএফৰ কৰ্মীয়ে যোগ দিলে ৰাইজৰ দলত - ধিঙত শতাধিক এআইইউডিএফৰ কৰ্মীয়ে যোগ দিল ৰাইজৰ দলত

৮৩ নং ধিং বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলামক প্ৰত্যাহ্বান জনাই আজি শতাধিক এআইইউডিএফৰ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে ৷ নিৰ্বাচনী কাৰ্যালয় ভাঙি ৰাইজৰ দলৰ যোগদান কৰে এআইইউডিএফৰ কৰ্মীসকলে।

ধিঙত শতাধিক এআইইউডিএফৰ কৰ্মীয়ে যোগ দিল ৰাইজৰ দলত

author img

By

Published : Mar 19, 2021, 4:34 PM IST

ধিং, 19 মাৰ্চ : ৮৩ নং ধিং বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলামক প্ৰত্যাহ্বান জনাই আজি শতাধিক এআইইউডিএফৰ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে ৷ নিৰ্বাচনী কাৰ্যালয় ভাঙি ৰাইজৰ দলৰ যোগদান কৰে এআইইউডিএফৰ কৰ্মীসকলে।

ধিঙত শতাধিক এআইইউডিএফৰ কৰ্মীয়ে যোগ দিলে ৰাইজৰ দলত

ধিং সমষ্টিৰ মৈৰাবাৰী মৌজাৰ দুৰাবান্ধিৰ এআইইউডিএফৰ কৰ্মীসকলে কেমেৰাৰ সন্মুখতে আমিনুল ইছলামৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, বিগত 10 বছৰে সমষ্টিটো নিজৰ দখলত ৰাখিছিল আমিনুল ইছলামে ৷

লগতে পঢ়ক:জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.