ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

author img

By

Published : Apr 26, 2021, 6:33 PM IST

লাহৰীঘাটত মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমছুৰ ৷ যোগান বিভাগ হাই হাই, দুষ্ট চক্ৰৰ দালালি নচলিব,মূল্য বৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

aamsu-protest-for-price-hiking-in-lahorighat-etv-bharat-news
মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

ধিং, 26 এপ্ৰিল : মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্যত মূল্য বৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । এফালে কৰ'নাৰ আতংক আনফালে মূল্য বৃদ্ধি । ব্যৱসায়ীসকলে নিজ ইচ্ছা অনুসৰি বঢ়াই গৈছে প্ৰতিটো বস্তুৰ মূল্য । এনে পৰিপেক্ষিতত মূল্য বৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে লাহৰীঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লাহৰীঘাট আঞ্চলিক সমিতিয়ে ।

মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

যোগান বিভাগ হাই হাই, দুষ্ট চক্ৰৰ দালালি নচলিব, মূল্য বৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । মূল্য বৃদ্ধি কৰা দুষ্টচক্ৰক অতি কম সময়ত চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগৰ লগতে জিলা প্ৰশাসনক আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক : ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.