মৰিগাঁও,16 জুলাই : মৰিগাঁৱত বন্যাৰ্তৰ প্ৰশংসনীয় পদক্ষেপ । মঙলবাৰে পুৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ জেংপৰী গাঁৱৰ এটা আশ্ৰয় শিবিৰ কাষত আশ্ৰয় লয় এটা হৰিণাই ৷ বানত ভোকাতুৰ হৈ অহা হৰিণাটো কুকুৰে কামোৰা সময়ত প্ৰত্যক্ষ কৰি ভোকাতুৰ কুকুৰটোৰ পৰা কথমপি ৰক্ষা কৰে আশ্ৰয় শিবিৰৰ লোকে ৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোক সকলে জুই তাপ, বিশল্যকৰণি আৰু মলম ঘহি সুস্থ কৰিলে আহত হৰিণাটোক ৷ সুস্থ হোৱাৰ পিছত হৰিণাটোক বনবিভাগক গটাই দিয়ে আশ্ৰই শিবিৰৰ লোকসকলে ৷
মৰিগাঁওত বন্যাৰ্তৰ দ্বাৰা উদ্ধাৰ বানত উটি অহা হৰিণা - a dear rescued in morigaon
যিখিনি সময়ত একাংশ দুষ্কৃতিকাৰীৰ হাতত দুটাকৈ হৰিণাই প্ৰাণ হেৰুৱাব লগাত পৰিছে সেইখিনি সময়তে মৰিগাঁৱৰ বন্যাৰ্তৰ প্ৰশংসনীয় পদক্ষেপ । বানত উটি অহা হৰিণাক প্ৰাথমিক চিকিৎসাৰে গটালে বনবিভাগক
মৰিগাঁওত বন্যাৰ্তৰ দ্বাৰা উদ্ধাৰ বানত উটি অহা হৰিণা
মৰিগাঁও,16 জুলাই : মৰিগাঁৱত বন্যাৰ্তৰ প্ৰশংসনীয় পদক্ষেপ । মঙলবাৰে পুৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ জেংপৰী গাঁৱৰ এটা আশ্ৰয় শিবিৰ কাষত আশ্ৰয় লয় এটা হৰিণাই ৷ বানত ভোকাতুৰ হৈ অহা হৰিণাটো কুকুৰে কামোৰা সময়ত প্ৰত্যক্ষ কৰি ভোকাতুৰ কুকুৰটোৰ পৰা কথমপি ৰক্ষা কৰে আশ্ৰয় শিবিৰৰ লোকে ৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোক সকলে জুই তাপ, বিশল্যকৰণি আৰু মলম ঘহি সুস্থ কৰিলে আহত হৰিণাটোক ৷ সুস্থ হোৱাৰ পিছত হৰিণাটোক বনবিভাগক গটাই দিয়ে আশ্ৰই শিবিৰৰ লোকসকলে ৷
Intro:যিখিনি সময়ত একাংশ দুষ্কৃতি কাৰীৰ হাতত দুটাকৈ হৰিণাই প্ৰাণ হেৰুৱাব লগাত পৰিছে সেইখিনি সময়তে মৰিগাঁৱৰ বন্যাৰ্ত্তৰ প্ৰশংসনীয় পদক্ষেপ । বানত উটি অহা হৰিণাক প্ৰাথমিক চিকিৎসাৰে গটালে বনবিভাগক।Body:মৰিগাঁৱত বন্যাৰ্ত্তৰ প্ৰশংসনীয় পদক্ষেপ । বানত উটি অহা হৰিণাক জুই তাপ, বিশৈলকৰণি আৰু মলম ঘহি সুস্থ কৰিলে আহত হৰিণা। আজি পুৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ জেংপৰী গাঁৱৰ এটা আশ্ৰয় শিবিৰ কাষত আশ্ৰয় লয়হি এটা হৰিণাই। বানত আতুৰ হৈ অহা হৰিণাটো কুকুৰে কামোৰা সময়ত প্ৰত্যক্ষ কৰি ভোকাতুৰ কুকুৰ পৰা কথমপি প্ৰাণ ৰক্ষা হৰিণাটো । তেনে সময়তে হৰিণাটো প্ৰত্যক্ষ কৰিবলৈ স্হানীয় বানাক্ৰান্তৰ ভিৰ। মানুহৰ সমাগমত হৰিণাটো পুনৰবাৰ পানীত জপিয়াই যাবলৈ চেষ্টা কৰে যদিও ওচৰৰ এডৰা মৰাপাট খেতিৰ মাজত পুনৰ আবদ্ধ হয় ।মৰাপাট তলীৰ পৰা উদ্ধাৰ কৰি আহত আৰু ঠাণ্ডাত কঁপি থকা হৰিণাটোক জুইধৰি তাপ আৰু আঘাতপ্ৰাপ্ত ঠাইত ঘৰুৱা দৰব লগাই সুস্থ কৰে মৰিগাঁৱৰ বানাক্ৰান্ত ৰাইজে । ইয়াৰ পাছত বনবিভাগক খবৰ দি গটাই দিয়া হয় উটিঅহা হৰিণাটো ।byte:rescued youth. Conclusion:মুঠৰ ওপৰত যিখিনি সময়ত বন্যাৰ্ত্তৰ মাজত হাহাকাৰ পৰিস্থিতি তেনে সময়তে মৰিগাঁৱৰ জেংপৰী গাঁৱৰ বন্যাৰ্ত্ত ই বন্যজন্ত প্ৰতি দেখুওৱা পদক্ষেপে চৰ্চাৰ বিষয় হৈ পৰিছে মৰিগাঁৱত ।
Ratuldeka etv Bharat morigaon
Ratuldeka etv Bharat morigaon