ETV Bharat / state

মৰিগাঁৱত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ

মৰিগাঁৱত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ পালন কৰে মৰিগাঁৱৰ শলমাৰীবাসীয়ে । বিগত পাঁচ শ বছৰৰ দৰে এই বছৰো ১৭ বহাগৰ উদযাপন কৰা এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ কুশল মংগল ৷

author img

By

Published : May 1, 2019, 9:04 PM IST

পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ

মৰিগাঁও, ১ মেঃ পাঁচ শ বছৰ পুৰণি বহাগী মেলা মহোৎসৱ অঞ্চলজুৰি উলহ - মালহেৰে পালন কৰা হয় মৰিগাঁৱৰ শলমাৰীত। মহোৎসৱত আয়োজন কৰা হৰিনামৰ শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হৈ পৰে শলমাৰীৰ আকাশ বতাহ । বিগত পাঁচ শ বছৰৰ দৰে এই বছৰো ১৭ বহাগৰ দিনটোত অঞ্চলৰ চহা সমাজৰ জনকল্যাণৰ বাবে উদযাপন কৰা হয় শ্ৰীকৃষ্ণ ঘুনুচা উৎসৱ ।

পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ

বিগত পাঁচশ বছৰতকৈ অধিক কাল ধৰি উদযাপন কৰি অহা হৈছে এই সনাতন তথা বৈদিক পৰম্পৰা। অঞ্চলটোৰ ৰাইজৰ বছৰজোৰা কুশল মংগলেই হৈছে এই মহোৎসৱৰ মূল উদ্দেশ্য। আনহাতে, এই প্ৰাচীন বহাগী মেলা মহোৎসৱৰ লগত সংগতি ৰাখি শলমাৰী গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰো এলানি সাংস্কৃতিক কাৰ্যসূচীও।

slug-as-mrg-1stmay-500 yrs old Bohagi Mela-808-vus-byte-ratul Deka 

Anchorintro:পৌৰাণিক আৰু সনাতন পৰম্পৰাৰে মৰিগাঁৱৰ শলমাৰীত পাঁচ শ বছৰীয়া বহাগী মেলা মহোৎসৱ পালন।

VO: ষোল্ল অনাই বৈদিক ৰীতি নীতিৰ  মাজেৰে মৰিগাঁৱত বহাগী মেলা মহোৎসৱ। ভক্তি ৰসত বুৰ গল মৰিগাঁৱৰ শলমাৰী বহাগী মেলা মহোৎসৱথলী। হৰিনামৰ শ্ৰৱন কীৰ্ত্তনৰে মুখৰিত শলমাৰীৰ আকাশ বতাহ। অঞ্চল জুৰি উলহমালহৰ পৰিবেশ। এইয়া মৰিগাঁও শলমাৰী অঞ্চলৰ গোসাই উলিওৱা দৃশ্য ।বিগত পাঁচ শ বছৰৰ  লেখীয়া কৈ এইবেলিও ১৭বহাগৰ দিনটোত অঞ্চলৰ চহা সমাজৰ জনকল্যাণৰ বাবে উদযাপন কৰি আহিছে শ্ৰী কৃষ্ণ ঘুনুচা উৎসৱ ।পুনৰ চাওক দুভাগকৈ গোসাই সাঁতোলা ভক্ত সকলে নামঘৰৰ মূল আসনৰ পৰা ঘুনুচা উৎসৱ থলীলৈ "কান্ধে লৈয়া " আনিছে মেলাথলীৰ অস্হায়ী বেদীলৈ।সকলো ভক্তি ভাবত গদগদ।
          প্ৰচলিত  লোক গাঁথা অনুসৰি দ্বাপৰ যুগত সনাতন ধৰ্মৰ পৰম আৰাধ্য পুৰুষ শ্ৰী কৃষ্ণ ই  আষাঢ় মাহৰ শুক্লা তিথিত ঘুনুচা গোসানীক বিয়া পাতিবৰ সময়ত এই মহোৎসৱ অনুষ্ঠিত কৰিছিল ।আৰু সেই পৰম্পৰাকে সাৰোগত কৰি  মৰিগাঁৱৰ শলমাৰী গাঁৱৰ বুঢ়া মেৰা,গায়ন বায়ন,আয়তী বোৱতী সকলোৱে  এনেদৰেই  বিগত পাঁচ শ বছৰতকৈ অধিক কাল উদযাপন কৰিছে এই  সনাতন তথা বৈদিক পৰম্পৰা । গোসাই সাঁতোলা তথা বিগ্ৰহ বাহিৰলৈ আনি ভক্তসকলৰ সেৱা গ্ৰহণ কৰে। এই মহোৎসৱৰ উদ্দেশ্য হল গঞাসকল বছৰটোৰ বাবে কুশল মঙল।bytes:1/2
        আনহাতে এই প্ৰাচীন  বহাগী মেলা মহোৎসৱৰ লগত সংগতি ৰাখি শলমাৰী গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিছে এলানি সাংস্কৃতিক কাৰ্যসূচী।

        Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.