ETV Bharat / state

বনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু

author img

By

Published : Nov 29, 2019, 8:02 PM IST

পথাৰত ম'হ চৰাই থকা অৱস্থাত ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা এটা বনৰীয়া ম'হ আহি খুটিৰ ম'হৰ জাকৰ মাজত সোমাই গুৱাল ফটিক ভূঞাক খেদি খেদি শিঙেৰে হানী-খুচি হত্যা কৰে

মাজুলী
বনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু

মাজুলী, 29 নৱেম্বৰঃ মাজুলীত বনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু ৷ মাজুলীৰ মেড়াগড়ৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ ম'হৰ খুটিতেই আক্ৰমণ ফটিক ভূঞা নামৰ ৫৫ বছৰীয়া শালমৰা গাঁৱৰ ব্যক্তি জনক। ম'হৰ গুৱাল আছিল ব্যক্তিজন ৷ সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত এই শোকাৱহ ঘটনা ৷

বনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি,পথাৰত ম'হ চৰাই থকা অৱস্থাত ব্ৰক্ষ্মপুত্ৰ চাপৰিৰ পৰা এটা বনৰীয়া ম'হ আহি খুটিৰ ম'হৰ জাকৰ মাজত সোমাই গুৱাল ফটিক ভূঞাক খেদি খেদি শিঙেৰে হানী-খুচি হত্যা কৰে ৷ ঘটনাস্থলীত বনগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

আৰু পঢ়কঃ অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ‘মামৰে ধৰা তৰোৱাল’ৰ শ্ৰষ্টাক

Intro:Majuli Breking

মাজুলীত বনৰীয়া ম' হৰ আক্ৰমনত গুৱালৰ মৃত্যু ৷

মাজুলী মেড়াগড়ৰ সমিপত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷

ম'হৰ খুটিতেই আক্ৰমন ফটিক ভূঞা নামৰ ৫৫ বছৰীয়া শালমৰা গাঁৱৰ ব্যক্তি জনক ।

ম'হৰ গুৱাল আছিল ব্যক্তিজন ৷

সন্ধ্যা ৫ বজাত সংঘটিত এই শোকাৱহ ঘটনা ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পথাৰত ম'হ চৰাই থকা অৱস্থাত ব্ৰক্ষ্মপুত্ৰ চাপৰিৰ পৰা এটা বনৰীয়া ম'হ আহি খুটিৰ ম'হৰ জাকৰ মাজত সোমাই গুৱাল ফটিক ভূঞাক খেদি খেদি শিঙেৰে হানী - খুচি হত্যা কৰে ৷

ঘটনাস্থলিত বনগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.