ETV Bharat / state

মাজুলীত বনৰীয়া ম'হৰ আক্ৰমণত আহত গুৱাল

author img

By

Published : Jan 20, 2020, 10:56 PM IST

সোমবাৰে দিনৰ প্ৰায় 4 মান বজাত নিজৰ পোহনীয়া ম’হ কেইটা পথাৰৰ পৰা ঘৰলৈ খেদি আনে বিকুল মেধিয়ে । ঘৰৰ সমীপতে ম’হ কেইটা বান্ধিবৰ বাবে যোজা চলাওতেই হঠাত বনৰীয়া ম’হটোৱে খেদি আহি আক্ৰমণ কৰে । গোৱালে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ প্ৰাথমিক বিদ্যালয় খনলৈ দৌৰি পলায় যদিও তাতো আক্ৰমণ কৰাত উপায়ন্তৰ হৈ ওচৰৰ পুখুৰীলৈ জপিয়াই দিয়ে ।

Wild Buffalo attack at Majuli
মাজুলীত বনৰীয়া মহৰ আক্ৰমণত আহত গুৱাল

মাজুলী,20 জানুৱাৰীঃ মাজুলীত পুনৰ বনৰীয়া ম’হৰ আক্ৰমণ ৷ কথমপি প্ৰাণ ৰক্ষা গুৱালৰ ৷ এমাহ পূৰ্বে মাজুলীৰ গ্ৰেজিঙ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত এজন গোৱালে প্ৰাণ দিব লগাৰ উত্তেজনা মাৰ নৌ যাওতেই সোমবাৰে জনবসতিপূৰ্ণ এলেকাতে বনৰীয়া ম’হে এগৰাকী গোৱালক আক্ৰমণ কৰে ৷ গুৰুতৰভাৱে আহত বিকুল মেধিক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সোমবাৰে দিনৰ প্ৰায় 4 মান বজাত নিজৰ পোহনীয়া ম’হ কেইটা পথাৰৰ পৰা ঘৰলৈ খেদি আনে বিকুল মেধিয়ে । ঘৰৰ সমীপতে ম’হ কেইটা বান্ধিবৰ বাবে যো-যা চলাওতেই হঠাত বনৰীয়া ম’হটোৱে খেদি আহি আক্ৰমণ কৰে । গোৱালে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ প্ৰাথমিক বিদ্যালয় খনলৈ দৌৰি পলায় যদিও তাতো আক্ৰমণ কৰাত উপায়ন্তৰ হৈ ওচৰৰ পুখুৰীলৈ জপিয়াই দিয়ে ।

মাজুলীত বনৰীয়া মহৰ আক্ৰমণত আহত গুৱাল

উল্লেখ্য যে, ব্যক্তিজনক উদ্ধাৰৰ বাবে প্ৰত্যক্ষ দৰ্শী সকলে চেষ্টা কৰাৰ সময়তে ম’হটো পথাৰলৈ গুচি যায় । পাছত ব্যক্তি গৰাকীক গড়মূৰ অসামৰিক চিকিত্সালয়লৈ লৈ যায় । পেট , পিঠি আৰু ভৰিত গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকীৰ এই ঘটনা ৰাজহুৱা হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে । ইমানদিনে কেৱল চৰ চাপৰি অঞ্চলত ঘূৰি ফুৰা বনৰীয়া ম’হ জনবসতি পূৰ্ণ গাঁওলৈ প্ৰৱেশ কৰাত স্বাভাৱিকতে ভয়ত কোঙা হৈ পৰিছে অঞ্চল বাসী । বিষয় সন্দৰ্ভত বন বিভাগৰ তৎকালীন হস্তক্ষেপ বিচাৰিছে গাঁও বাসীয়ে ।

লগতে পঢ়ক-শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে

Intro:মাজুলীত পুনৰ বনৰীয়া মহৰ আক্ৰমণ
কথমপি প্ৰাণ ৰক্ষা গুৱালৰ

মাত্ৰ এমাহ পূৰ্বে মাজুলীৰ গ্ৰেজিঙ চাপৰিত বনৰীয়া মহৰ আক্ৰমণত এজন গোৱালে প্ৰাণ দিব লগাৰ উত্তেজনা মাৰ নৌ যাওতেই আজি জনবসতি পূৰ্ণ এলেকাতে বনৰীয়া মহে এগৰাকী গোৱালক আক্ৰমণ কৰাক লৈ মাজুলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আজি বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত 2 নং কঢ়াল গাওঁৰ বিকুল মেধি নামৰ গোৱালে জনক ঘৰৰ সমীপতে এটা বনৰীয়া মহে আক্ৰমণ কৰাৰ পাছত গুৰুতৰ ভাবে আহত লোক জনক গড়মূৰ অসামৰিক চিকিত্সালয়লৈ লৈ যায় । ঘটনাৰ বিবৰণী মতে দিনৰ প্ৰায় চাৰে চাৰি মান বজাত নিজৰ পোহনীয়া মহ কেইটা পথাৰৰ পৰা ঘৰলৈ খেদি আনে বিকুল মেধিয়ে । ঘৰৰ সমীপতে মহ কেইটা বান্ধিবৰ বাবে যো যা চলাওতেই হৰ্ঠাত বনৰীয়া মহটোৱে খেদি আহি আক্ৰমণ কৰে । গোৱালে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ প্ৰাথমিক বিদ্যালয় খনলৈ দৌৰি পলায় যদিও তাতো আক্ৰমণ কৰাত উপায়ন্তৰ হৈ ওচৰৰ পুখুৰীলৈ জপিয়াই দিয়ে । ব্যক্তিজনক উদ্ধাৰৰ বাবে প্ৰত্যক্ষ দৰ্শী সকলে চেষ্টা কৰাৰ সময়তে মহটো পথাৰলৈ গুচি যায় । পাছত ব্যক্তি গৰাকীক গড়মূৰ অসামৰিক চিকিত্সালয়লৈ লৈ যায় । পেট , পিঠি আৰু ভৰিত গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকীৰ এই ঘটনা ৰাজহুৱা হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে । ইমানদিনে কেৱল চৰ চাপৰি অঞ্চলত ঘূৰি ফুৰা বনৰীয়া মহ জনবসতি পূৰ্ণ গাওলৈ প্ৰৱেশ কৰাত স্বাভাৱিকতে ভয়ত কোঙা হৈ পৰিছে অঞ্চল বাসী । বিষয় সন্দৰ্ভত বন বিভাগৰ তৎকালীন হস্তক্ষেপ বিচাৰিছে গাঁও বাসীয়ে ।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.