ETV Bharat / state

কাৰাদণ্ডৰ শাস্তি সম্পূৰ্ণ কৰি মুকলি আকাশৰ তলত আলফা নেতা

অপহৰণৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল আলফা নেতাজনে

author img

By

Published : Feb 2, 2019, 4:07 PM IST

Updated : Feb 4, 2019, 5:32 PM IST

etv bharat

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী : যাৱজ্জীৱন কাৰাগাৰৰ শাস্তি সম্পূৰ্ণ কৰি স্বগৃহলৈ উভতি আহিল আলফা নেতা। ১৯৯৭ চনতে এক অপহৰণৰ ঘটনাত জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিছিল আলফা নেতা মনি নেওগে।

majuli
এভাৰ্ড এন ই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সচিব সঞ্জয় ঘোষক মাজুলীৰ পৰা অপহৰণ কৰিছিল মনি নেওগ সহ ১৭ জন আলফা নেতাই। এই ঘটনাৰ অভিযোগত দোষী সাব্যস্ত কৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল মনি নেওগক। সুদীৰ্ঘ ১৮ বছৰ কাৰাগাৰৰ শাস্তি সম্পূৰ্ণ কৰাৰ পাচত শনিবাৰে স্ব-গৃহলৈ উভতি আহে আলফা নেতাজন। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহা মনি নেওগক অফলামূখ ফেৰী ঘাটত আদৰণি জনাই প্ৰাক্তন সতীৰ্থ সকলে।
undefined

মুক্ত আকাশৰ তলত এগৰাকী আলফা নেতাৰ উচুপনীঃ
সঞ্জয় হত্যাত অভিযুক্তই সম্পূৰ্ণ কৰিলে যাৱত জীৱন কাৰাদণ্ডঃ
ফেৰীঘাটত সতীৰ্থৰ আদৰণিঃ

  VO... দুই দশক পূৰ্বে মাজুলীত সংঘটিত হৈছিল ৰাষ্ট্ৰসংঘলৈকে জোকাৰি যোৱা এক অপহৰণ ঘটনা। ১৯৯৭ বৰ্ষত মাজুলীৰ পৰা আলফাই অপহৰণ কৰিছিল এভাৰ্ড এন ই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সচীব সঞ্জয় ঘোষক। বিশ্ববাসীয়ে এই ঘটনাৰ পাছতে এঘৰীয়া কৰিছিল আলফাক। এই ঘটনাৰ বিছাৰত ১৭ জন আলফা কৰ্মীক অভিযুক্ত কৰিছিল আদালতে। মাজুলীৰ মনি নেওগ নামৰ আলফা কৰ্মী গৰাকী ধৰা পৰিছিল অপহৰণ ঘটনাৰ পাছতে। বিছাৰত ৰাই হৈছিল যাৱত জীৱন কাৰাদণ্ড। সুদীৰ্ঘ ১৮ বছৰ কাৰাগাৰৰ অন্ধকাৰ খুপৰিত কটাই তেওঁ আজি ওলাই আহে মুক্ত আকাশৰ তললৈ। জীৱন যৌৱনৰ ১৮ টা বছৰ কাৰাগাৰত কটাই সতীৰ্থ সকলক পাই আবেগত উচুপী উঠে মনি নেওগে। কাৰাগাৰৰ পৰা ওলাই আহি কি ক'লে আলফাৰ কৰ্মী মনি নেওগে---
    বাইট-- মনি নেওগ।
 যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহা মনি নেওগক অফলামূখ ফেৰী ঘাটত আদৰণি জনাই প্ৰক্তন সতীৰ্থ সকলে। 
  বাইট-- সতীৰ্থ ।

মাজুলীৰ পৰা যদুমনি শইকীয়া ।
Last Updated : Feb 4, 2019, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.