ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ জনাৰ্দন দেৱ গোস্বামীৰ ৫১ হেজাৰ টকাৰ অনুদান - উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ মুখ্যমন্ত্রীৰ সাহাৰ্য পুজীলৈ ৫১ হেজাৰ টকাৰ অনুদান ৷ মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ হাতত প্ৰদান এই সাহায্য ৷

satradhikar-janardan-dev-goswami-give-51000-to-cm-relief-fund
মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ জনাৰ্দন দেৱ গোস্বামীৰ ৫১ হেজাৰ টকাৰ অনুদান
author img

By

Published : May 22, 2021, 9:58 PM IST

মাজুলী, 22 মে': ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামৰ্থবান লোকসকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ভালেসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুজি লৈ সহায়ৰ হাত আগবঢ়ইছে ৷ সমান্তৰালভাৱে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ 51 হেজাৰ টকাৰ অনুদান প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ জনাৰ্দন দেৱ গোস্বামীৰ ৫১ হেজাৰ টকাৰ অনুদান

বদলা পদ্ম আতাৰ ৪৭৫ ত্বম জন্ম জয়ন্তীৰ দিনটোত সত্ৰাধিকাৰৰ চৰাত মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ হাতত প্ৰদান কৰে এই সাহাৰ্য । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামৰ্থবান সকলোকে সাহাৰ্য প্ৰদানৰ আহ্বান জনাই সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক : মৰাণৰ বামুণবাৰী বজাৰত ক’ভিড নীতি উলংঘা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.