ETV Bharat / state

মাজুলীত অসম ভাওনা সমাৰোহ ! বিজেপিক কটাক্ষ ৰিপুন বৰা আৰু হৰিশ ৰাৱাটৰ

author img

By

Published : Jan 25, 2020, 12:18 AM IST

মাজুলী মনিকাঞ্চন ৰংগ ক্ষেত্ৰৰ অসম ভাওনা সমাৰোহত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱট ৷

মাজুলীত অসম ভাওনা সমাৰোহ
মাজুলীত অসম ভাওনা সমাৰোহ

মাজুলী, 24 জানুৱাৰীঃ শুকুৰবাৰে অসম ভাওনা সমাৰোহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উত্তৰা খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিষ ৰাৱাটৰ উপৰিও আলোচনাপন্থী আলফা নেতা জিতেন দত্ত ৷ এই অনুষ্ঠানত উপস্থিত হৈ পৰ্যবেক্ষক গৰাকীয়ে ৰাজ্যসভাত মহাৰাষ্ট্ৰৰ সাংসদে মাজুলীক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন 2019 বলবৎ হোৱা লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মাজুলী অসম ভাওনা সমাৰোহত ৰিপুন বৰা

ইপিনে শুকুৰবাৰে বিজেপিৰ সংকল্প সমাৰোহত হিমন্ত বিশ্ব শৰ্মা কৰা মন্তব্য কৰিছিল ‘‘নগাঁও, মৰিগাঁৱৰ আধা গ'ল 'বাংলাদেশী'ৰ হাতলৈ, ধুবুৰী-গোৱালপাৰা, কৰিমগঞ্জ, হাইলাকান্দিও 'বাংলাদেশী'ৰ হাতলৈ গ'ল, বোকাখাতৰ দুৱাৰডলিত 'বাংলাদেশী' উপস্থিত হৈছে হি’’ ৷ বোকাখাতৰ সংকল্প সমাৰোহত হিমন্ত বিশ্বৰ এই মন্তব্যক লৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

মাজুলীত জিতেন দত্ত

শ্ৰীশ্ৰী আউনী আটী সত্ৰত 19 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভাওনা সমাৰোহৰ আজি অনুষ্ঠানত উপস্থিত আছিল আলোচনা পন্থী আলফা নেতা জিতেন দত্ত‌ । জিতেন দত্তই ডঃ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ সংকল্প সমাৰোহত হিমন্ত বিশ্বই কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে যি ৰাষ্ট্ৰদ্ৰোহৰ গোছৰ ৰুজু কৰিছে সেই গোচৰৰ পৰা মুক্তি দিবলৈ অসম চৰকাৰৰক দাবী জনায় ৷ লগতে নাগৰিকত্ব আইন আৰু কাৰাবন্দী অখিল গগৈ সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দত্তই ।

অসম ভাওনা সমাৰোহত হৰিশ ৰাৱট

Intro:অসম ভাওঁনা সমাৰোহৰ ৰিপুন বৰা হৰিষ ৰাৱাট
নাগৰিকত্ব আইন আৰু মাজুলীৰ লৈ ৰাজ্য সভাত কৰা মন্তব্য লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ।।

আলোচনা পান্থী আলফা ড০ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ সংকল্প সমাৰোহত হিমন্ত বিশ্বই কৰা মন্তব্য আৰু নাগৰিকত্ব আইন আৰু কাৰবন্দী অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ জিতেন দত্তই।।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উত্তৰা খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱট উপস্থিত মাজুলী মনিকাঞ্চন ৰঙ্গ ক্ষেত্ৰৰ অসম ভাওনা সমাৰোহত ।
পৰ্যবেক্ষক গৰাকীয়ে ৰাজ‍্যসভাত মহাৰাষ্ট্ৰৰ সাংসদ গৰাকীয়ে কৰা মাজুলীক লৈ কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বলবত হোৱা লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বাইত - হৰিশ ৰাওট

আজি বিজেপিৰ সংকল্প সমাৰোহৰ হিমন্ত বিশ্ব শৰ্মা কৰা মন্তব্য নগাঁও, মৰিগাঁৱৰ আধা গ'ল 'বাংলাদেশী'ৰ হাতলৈ, ধুবুৰী-গোৱালপাৰা, কৰিমগঞ্জ-হাইলাকান্দিও 'বাংলাদেশী'ৰ হাতলৈ গ'ল, বোকাখাতৰ দুৱাৰডলিত 'বাংলাদেশী' উপস্থিত হৈছেহি, বোকাখাতৰ সংকল্প সমাৰোহত হিমন্ত বিশ্বৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। লগতে ৰাজ্য সভাৰ মজিয়াত মাজুলীক লৈ কৰা অপমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সভাপতি গৰাকীয়ে ।

বাইত - ৰিপুন বৰা

শ্ৰীশ্ৰী আউনী আটী সত্ৰত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভাওনা সমাৰোহৰ আজি অনুষ্ঠানত উপস্থিত আছিল আলোচনা পন্থী আলফা নেতা যিতেন দত্ত‌ই । জিতেন দত্তই ড০ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ সংকল্প সমাৰোহত হিমন্ত বিশ্বই কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে যি ৰাষ্ট্ৰ দ্ৰোহ গোছৰ ৰুজু কৰিছে সেই গোচৰৰ পৰা মূক্তি দিবলৈ অসম চৰকাৰৰক দাবী জনাই মাজুলী মনিকাঞ্চন ৰঙ্গ ক্ষেত্ৰৰ পৰাই ।

বাইট জিতেন দত্তBody:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.