ETV Bharat / state

মাজুলীত কেৱল জাতীয় পোছাকত সৌন্দৰ্য প্ৰতিযোগিতা

author img

By

Published : Aug 19, 2019, 5:08 PM IST

ৰংমন-ৰাংঢালী শীৰ্ষক অনুষ্ঠানে অনুষ্ঠিত কৰিছে এই সৌন্দৰ্য বিশেষ প্ৰতিযোগিতা

মাজুলীত সৌন্দৰ্য প্ৰতিযোগিতা

মাজুলী,19 আগষ্টঃ মাজুলীত ৰংমন-ৰাংঢালীৰ নামৰ অনুষ্ঠানটোৱে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ৷ অসমীয়া জাতিৰ পোছাকক বিশ্ববাসীৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিছে অনুষ্ঠানটোৱে ৷ সেই উদ্দেশ্যেৰে তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰিছে সৌন্দৰ্য প্ৰতিযোগিতা ৷ কেৱল জাতীয় সাজ পাৰহে পৰিধান কৰাৰ অনুমতি থকা প্ৰতিযোগিতাখনত দুদিনীয়াকৈ জাতীয় সাজ পাৰ পৰিধান আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হয় প্ৰতিযোগী সকলক।

মাজুলীত সৌন্দৰ্য প্ৰতিযোগিতা
মাজুলী কমলাবাৰী মিলন সংঘত অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ লগতে মাজুলীৰ দুগৰাকী সাংবাদিক তীৰ্থ ভূঞা আৰু জীৱন বৰুৱাক তেওঁলোকৰ কৰ্মৰাজিৰ বাবে সম্বৰ্দ্ধনা জনায়। ৰংমন ৰাংঢালীৰ এই সুন্দৰ প্ৰয়াসক প্ৰশংসা কৰিছে সকলোৱে ৷

Intro:
মাজুলীত ৰংমন ৰাংঢালীৰ অভিনৱ পদক্ষেপঃ
অসমীয়া জাতিৰ পোছাকক বিশ্বত সমাৰ্দৃত কৰাৰ পয়াসঃ
জাতীয় পোছাকেৰে সৌন্দৰ্য্য প্ৰতিযোগিতাঃ

VO... মাজুলীত ৰংমণ ৰাংঢালীয়ে জাতীয় পোছাকেৰে সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি সকলোৰে সমাদৃত হৈছে। আনহাতে অনুস্থাটোৱে অসমীয়া জাতিৰ পোছাকক বিশ্ব বাসীৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিছে। তিনিতা পৰ্যায়ত অনুষ্ঠিত কৰা সৌন্দৰ্য্য প্ৰতিযোগিতাত কেৱল জাতীয় সাজ পাৰহে পৰিধান কৰাৰ অনুমতি থকা প্ৰতিযোগিতাৰ লগতে দুদিনীয়াকৈ জাতীয় সাজ পাৰ পৰিধান আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়ে প্ৰতিযোগি সকলক।
বাইট-- 1
মাজুলী কমলাবাৰি মিলন সংঘাত অনুস্থিত প্ৰতিযোগিতা খনিৰ লগতে মাজুলীৰ দুগৰাকী সাংবাদিক তীৰ্থ ভূঞা আৰু জীৱন বৰুৱাক তেওঁ লোকৰ কৰ্মৰাজিৰ বাবে সম্বৰ্দ্ধনা জনাই। ইফালে ৰংমন ৰাংঢালীৰ এই প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে।
বাইট--- 2
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.