ETV Bharat / state

মাজুলীৰ ৫২ জন যুৱ শ্ৰমিকৰ বাবে সাজু কোৱাৰেণ্টাইন চেণ্টাৰ - গড়মূৰ পীতাম্বৰ দেৱ হাইস্কুলত নিৰ্মাণ কোৱাৰেণ্টাইন চেণ্টাৰ

অন্য ৰাজ্যত আবদ্ধ হৈ থকা মাজুলীৰ ৫২ জন যুৱ শ্ৰমিকৰ বাবে মাজুলী জিলা প্ৰশাসনে সাজু কৰি ৰাখিছে কোৱাৰেণ্টাইন চেণ্টাৰ ৷ চেন্নাইৰ পৰা বিশেষ ৰে’লযোগে অহা শ্ৰমিককেইজনৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক গড়মূৰ পীতাম্বৰ দেৱ হাইস্কুলত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হ’ব ৷

মাজুলীৰ ৫২ জন যুৱ শ্ৰমিকৰ বাবে সাজু কোৱাৰেণ্টাইন চেণ্টাৰ

author img

By

Published : May 17, 2020, 6:17 PM IST

মাজুলী, 17 মে’: চেন্নাইৰ পৰা বিশেষ ৰে’লযোগে মাজুলীলৈ আহি থকা 52 জন শ্ৰমিকৰ বাবে সাজু কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ ৷ ডিব্ৰুগড়ৰ পৰা বিশেষ বাছেৰে নি মাজুলীত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

মাজুলীৰ ৫২ জন যুৱ শ্ৰমিকৰ বাবে সাজু কোৱাৰেণ্টাইন চেণ্টাৰ

ইয়াৰ পিছতে যুৱ শ্ৰমিককেইজনক গড়মূৰ পীতাম্বৰ দেৱ হাইস্কুলত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিব বুলি মাজুলী প্ৰশাসনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.