ETV Bharat / state

পীতাম্বৰ দেৱ গোস্বামীক ভাৰতৰত্ন প্ৰদানৰ দাবী

author img

By

Published : Nov 9, 2020, 7:30 AM IST

Updated : Nov 9, 2020, 9:08 AM IST

দেওবাৰে মাজুলীত উদযাপন কৰা হয় ধৰ্মগুৰু গৰাকীৰ 59 সংখ্যক তিৰোভাৱ তিথি ৷ তিথি উদযাপনৰ মাজতে ধৰ্ম গুৰু গৰাকীক ভাৰতৰত্ন সন্মান প্ৰদানৰ দাবী উত্থাপন কৰে পীতাম্বৰ দেৱ গোস্বামীৰ শিশু উদ্যান সমিতিয়ে ৷

people-demanding-bharat-ratna-for-pitambar-deva-goswami
পীতাম্বৰ দেৱ গোস্বামীক ভাৰতৰত্ন প্ৰদানৰ দাবী

মাজুলী, 9 নৱেম্বৰ: ভাৰতৰ স্বাধীনতা যুদ্ধৰ অগ্ৰগনি সেনা, বিপ্লবী,ধৰ্ম গুৰু পীতাম্বৰ দেৱ গোস্বামীৰ 59 সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে দেওবাৰে মুখৰিত হৈ পৰে পীতাম্বৰ দেৱ গোস্বামীৰ শিশু উদ্যান ৷ পুৱাৰে পৰা বৰগীত, দিহা নামৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰে উদ্যানখনৰ পৰিৱেশ ৷ অনুষ্ঠানৰ মাজতে পীতাম্বৰ দেৱ গোস্বামীক ভাৰতৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰে উদ্যান সমিতিয়ে ৷

উল্লেখ্য যে,হাতে হাত প্লে-কাৰ্ড লৈ সমাজ সংস্কাৰক ধৰ্মাধিকাৰ গৰাকীক ভাৰতৰত্ন দিবৰ বাবে চৰকাৰক দৃষ্টি আকর্ষণ কৰাৰ চেষ্টা কৰে পীতাম্বৰ দেৱ গোস্বামীৰ শিশু উদ্যান সমিতিয়ে ৷ ধৰ্মাধিকাৰ গৰাকীক শীঘ্ৰে ভাৰতৰত্ন প্ৰদানৰ বাবে দাবী উত্থাপন কৰে সমিতিয়ে ৷

লগতে পঢ়কঃ মৰাণত আটাছু চৰাইদেউ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

Last Updated : Nov 9, 2020, 9:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.