ETV Bharat / state

বন্তি প্ৰজ্বলনেৰে অমিত শ্বাহলৈ ধন্যবাদ মাজুলীবাসীৰ

বন্তি প্ৰজ্বলন কৰি গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন মাজুলীবাসীৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে গৃহমন্ত্ৰী গৰাকীক এইদৰে ধন্যবাদ জ্ঞাপন কৰে মাজুলীৰ ৰাইজে ৷

majuli-people-said-thanks-to-amit-shah
বন্তি প্ৰজ্বলনেৰে অমিত শ্বাহলৈ ধন্যবাদ
author img

By

Published : Mar 22, 2021, 10:50 PM IST

Updated : Mar 23, 2021, 7:08 AM IST

মাজুলী,22 মাৰ্চ : মাজুলীৰ মিনি ষ্টেডিয়ামত বন্তি প্ৰজ্বলন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে মাজুলীবাসীয়ে । দেশৰ গৃহমন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হোৱাৰ বাবে মাটিৰ চাকিৰে ‘THANK YOU AMIT SHAH JI FOR VISITING MAJULI’ লিখি ধন্যবাদ জ্ঞাপন কৰে মাজুলীৰ ৰাইজে ৷

বন্তি প্ৰজ্বলনেৰে অমিত শ্বাহলৈ ধন্যবাদ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা পুনৰ জয়ী কৰোৱাৰ লগতে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰোৱাৰ চেষ্টাৰে মাজলীত উপস্থিত হৈছিল গৃহমন্ত্ৰী গৰাকী ৷ তেওঁৰ আগমণৰ পাচত মাজুলীত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে ।

গৃহমন্ত্ৰীৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি প্ৰভাৰী ৰূপা কামান, সাংসদ কুইন ওজাসহ বহুকেইগৰাকী বিজেপি নেতাই ৷

লগতে পঢ়ক : বিজনীত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

Last Updated : Mar 23, 2021, 7:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.