ETV Bharat / politics

উপ-নিৰ্বাচন ২০২৪: অসমৰ পাঁচটা সমষ্টিৰ ভোটগ্ৰহণৰ প্ৰতি মুহূৰ্তৰ খবৰ - ASSAM BYE ELECTION 2024

Assam By poll live update
Assam Bye election 2024 (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 7:31 AM IST

আজি অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে সমষ্টি কেইটাৰ বিভিন্ন ভোটকেন্দ্ৰত ৷ ভোটগ্ৰহণ বিয়লি ৫ বজালৈকে চলিব ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা হৈছে- ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

LIVE FEED

5:36 PM, 13 Nov 2024 (IST)

বিয়লি 5 বজালৈকে পাঁচ সমষ্টিত ভোটদানৰ হাৰ

বিহালী সমষ্টি- 73.70%

চিদলী সমষ্টি- 71.50%

চামগুৰি- 78.10%

বঙাইগাঁও-69.08%

ধলাই- 72.40%

3:37 PM, 13 Nov 2024 (IST)

বিয়লি 3 বজালৈকে পাঁচ সমষ্টিত ভোটদানৰ হাৰ

বিহালী সমষ্টি- 64.34%

চিদলী সমষ্টি- 64.22%

চামগুৰি- 66.33%

বঙাইগাঁও- 66.94%

ধলাই- 60.01%

1:37 PM, 13 Nov 2024 (IST)

দুপৰীয়া 1 বজালৈকে পাঁচ সমষ্টিত ভোটদানৰ হাৰ

বিহালী সমষ্টি- 55.60%

চিদলী সমষ্টি- 49.82%

চামগুৰি- 51.20%

বঙাইগাঁও- 50.32%

ধলাই- 44.05%

1:10 PM, 13 Nov 2024 (IST)

ধলাইত বিজেপি প্ৰাৰ্থীৰ প্ৰতীক সম্বলিত টোকেন বিতৰণৰ অভিযোগ

ধলাই সমষ্টিৰ পালোংহাট এম ভি স্কুলত ভোটাৰক বিজেপি প্ৰাৰ্থীৰ প্ৰতীক চিহ্নৰ টোকেন বিতৰণ কৰাৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাসৰ । এই বিষয়ে তেওঁ প্ৰিজাইডিং অফিচাৰৰ ওচৰত অভিযোগ দাখিল কৰা বুলি জানিবলৈ দিছে ।

11:34 AM, 13 Nov 2024 (IST)

দিনৰ 11 বজালৈকে পাঁচটা সমষ্টিত ভোটদানৰ হাৰ

চিদলী সমষ্টি- 32.20%

চামগুৰি সমষ্টি- 31.65%

বঙাইগাঁও সমষ্টি-32.90%

ধলাই সমষ্টি- 24.65%

বিহালী সমষ্টি- 30.40%

10:40 AM, 13 Nov 2024 (IST)

পিতৃ-মাতৃৰ সৈতে ভোট দিলে তানজিল হুছেইনে

চামগুৰি সমষ্টিৰ লৰিৰমুখৰ কড়ৈগুৰি মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান তানজিল হুছেইনৰ লগতে সাংসদ পিতৃ ৰকিবুল হুছেইন আৰু মাতৃ নাজৰিন হুছেইনৰ । নিশা বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ তুলিছে ৰকিবুল হুছেইনে ৷ মুখ্যমন্ত্ৰীলৈ অভিযোগ প্ৰেৰণ সাংসদগৰাকীৰ ৷

10:04 AM, 13 Nov 2024 (IST)

ভোটাধিকাৰ সাব্যস্ত কৰি শৈলেন্দ্ৰ সৰকাৰক শুভকামনা ফণীভূষণ চৌধুৰীৰ

ৰাজ্যৰ পাঁচ সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোট গ্ৰহণ । বঙাইগাঁৱৰ মুঠ ২৪৬ টা ভোটকেন্দ্ৰত অব্যাহত আছে ভোটগ্ৰহণ । বঙাইগাঁও চহৰৰ বৰপাৰাৰ বীৰঝৰা ছোৱালী HS স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু অগপ দলৰ প্ৰাক্তন জিলা সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে । শৈলেন্দ্ৰ সৰকাৰক শুভকামনা জনায় বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে । এইবাৰ বঙাইগাঁৱৰ উপ-নিৰ্বাচনত হ’ব ত্ৰিকোণীয়া যুঁজ ৷ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ আৰু নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা ।

9:43 AM, 13 Nov 2024 (IST)

পুৱা 9 বজালৈকে পাঁচটা সমষ্টিত ভোটদানৰ হাৰ

বঙাইগাঁও- 15.34%

ধলাই- 9.15%

বিহালী- 11%

চিদলী- 12.51%

চামগুৰি- 14.7%

9:40 AM, 13 Nov 2024 (IST)

বিহালীত ১১ শতাংশ ভোটদান

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৭৭ নং বিহালী সমষ্টিত পুৱা ৯ বজালৈকে ১১ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ ৰঞ্জিত দত্তই ৷

9:36 AM, 13 Nov 2024 (IST)

পৰিমল শুক্লবৈদ্যৰ ভোটদান

ভোটাধিকাৰ সাব্যস্ত কৰিলে শিলচৰ সমষ্টিৰ সাংসদ পৰিমল শুক্লবৈদ্যই ৷ ১১৮ নং আইৰংমাৰা এলপি স্কুলত স্থাপিত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে কৰিলে বিজেপিৰ সাংসদগৰাকীয়ে ৷

9:22 AM, 13 Nov 2024 (IST)

চামগুৰিত ভোটকেন্দ্ৰত উত্তেজনা

ভোটগ্ৰহণৰ আৰম্ভণিতেই চামগুৰিৰ শ'লমাৰীত উত্তপ্ত পৰিস্থিতি ৷ ভোটগ্ৰহণ কেন্দ্ৰত সোমাই একাংশই উদ্ভণ্ডালি কৰাৰ অভিযোগ ৷ কংগেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা ৷ চামগুৰিৰ শ'লমাৰীৰ ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰত সংঘটিত হয় ঘটনাটো । ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ পুৱা ৯ বজালৈকে চামগুৰিত ১৪.৭ শতাংশ ভোটদান ৷

8:18 AM, 13 Nov 2024 (IST)

বিহালীৰ ১৫৪ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ

৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ১৫৪ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । বিয়লি ৫ বজালৈ ভোটগ্ৰহণ হ’বলগীয়া ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মুঠ ১,৩২,৫৭৯ গৰাকী ভোটদাতাই মুঠ ৪ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । পুৱাৰ ভাগত ভোটাৰৰ সংখ্যা কিছু সেৰেঙা দেখা গৈছে যদিও পৰৱৰ্তী সময়ত এই স্থিতি সলনি হ’ব বুলি আশা কৰা হৈছে ।

8:17 AM, 13 Nov 2024 (IST)

ভোটদান কৰিলে ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই

ভোটাধিকাৰ সাব্যস্ত কৰিলে ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৷ ধলাই বাম প্ৰেমানন্দ এম.ই স্কুলৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ৷ সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থীগৰাকীয়ে আশাবাদী বুলি মত ব্যক্ত কৰাৰ লগতে শান্তিপূৰ্ণভাৱে ভোটদানৰ বাবে ৰাইজক আহ্বান জনায় ৷

7:12 AM, 13 Nov 2024 (IST)

উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মূল প্ৰাৰ্থীসকল

এই উপ-নিৰ্বাচনত মুঠ ৯,০৯,০৫৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব পাঁচটা সমষ্টিৰ ৩৪ গৰাকী প্ৰাৰ্থীৰ । পাঁচটা সমষ্টিৰ মূল প্ৰাৰ্থীসকল হ’ল-

বঙাইগাঁও সমষ্টি-

  1. দীপ্তিময়ী চৌধুৰী, অগপ (NDA)
  2. ব্ৰজেনজিৎ সিংহ, কংগ্ৰেছ

চামগুৰি সমষ্টি-

  1. দিপ্লু ৰঞ্জন শৰ্মা, বিজেপি (NDA)
  2. তানজিল হুছেইন, কংগ্ৰেছ

ধলাই সমষ্টি-

  1. নীহাৰ ৰঞ্জন দাস, বিজেপি (NDA)
  2. ধ্ৰুৱজ্যোতি পুৰকায়স্থ, কংগ্ৰেছ

বিহালী সমষ্টি-

  1. বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা

চিদলী সমষ্টি-

  1. ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম (NDA)
  2. বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী
  3. কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী

7:10 AM, 13 Nov 2024 (IST)

পাঁচটা সমষ্টিৰ মুঠ ভোটাৰ আৰু ভোটকেন্দ্ৰৰ সংখ্য়া

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,০৯,০৫৭ গৰাকী । ইয়াৰে ধলাই (এচ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী, চিদলী (এছ টি)ত ২,১৭,১৮৩ গৰাকী, বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৩০০ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰ আছে । সমষ্টি কেইটাত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা ৷ তাৰ ভিতৰত ধলাইত ২০৮ টা, চিদলীত ২৭৩ টা, বঙাইগাঁৱত ২৪৬ টা, বিহালীত ১৫৪ টা, চামগুৰিত ১৯৭ টা ভোটকেন্দ্ৰ আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.