ETV Bharat / state

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী

author img

By

Published : Sep 12, 2019, 4:00 PM IST

অসম সত্ৰ মহাসভাকো উভতি ধৰিলে সত্ৰাধিকাৰ আৰু মাজুলীবাসীয়ে ৷ মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱা বিষয়টোক লৈ অসম সত্ৰ মহাসভাৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে মাজুলীৰ ৰাইজে ৷ মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ খ্ৰীষ্টান বিৰোধী স্থিতিক একক সিদ্ধান্ত বুলি মন্তব্য কৰাক লৈ অসম সত্ৰ মহাসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাজুলীৰ একাংশ সত্ৰাধিকাৰ তথা ৰাইজ ৷

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী

মাজুলী, 12 চেপ্তেম্বৰঃ ক্ৰমাৎ জটিল হ'বলৈ ধৰিছে মাজুলীৰ পৰিস্থিতি ৷ ধৰ্মান্তকৰণক লৈ উত্তপ্ত মাজুলী ৷ মাজুলীত খ্ৰীষ্টিয়ান আগ্ৰাসনৰ পিচতে সৃষ্টি হোৱা বিতৰ্কই নিতৌ ন ৰূপ লৈছে ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে আদালতত গোচৰ দিয়াৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সম্পৰ্কত বুধবাৰে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে চমন জাৰি কৰিছিল সত্ৰাধিকাৰলৈ ৷ কিন্তু আদালতত উপস্থিতি নহ'ল সত্ৰাধিকাৰগৰাকী ৷ এইবাৰ গোচৰীয়া পক্ষক উভতি ধৰিলে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ প্ৰয়োজনত জেললৈ যাবলৈও সাজু থকাৰ কথা ক'লে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ যিকোনো মূল্যৰ বিনিময়ত মাজুলীত খ্ৰীষ্টান আগ্ৰাসন বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী....

ফাঁচীকাঠত ওলমিবলৈ সাজু সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী
গোচৰীয়া প্ৰশান্ত পায়েং

Intro:Gfx.... মাজুলী সত্ৰাধিকাৰৰ হুঙকাৰ-- প্ৰয়োজনত জেল-ফাঁচী লবলৈ প্ৰস্ততঃ
Gfx.... সত্ৰ মহাসভাক উভতি ধৰিলে সত্ৰাধিকাৰ, মাজুলীবাসীয়েঃ
Gfx.... মাজুলী সত্ৰিয়া সাংস্কৃতিক বৈশিষ্ট অতুত ৰখাৰ আহ্বানঃ

VO.... মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ প্ৰশান্ত পায়েং নামৰ লোকৰ গোচৰ গৈ মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশ ৰ আদালত পাইছেগৈ। এই গোচৰক কেন্দ্ৰ কৰি অধুনা বিভক্ত হৈছে অসম সত্ৰ মহাসভা। অসম সত্ৰ মহাসভাই মাজুলী দক্ষিণপাট গৃহাশ্ৰমি সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ খ্ৰীষ্টান বিৰুধি স্থিতিক একক সিদ্ধান্ত বুলি কোৱাত মাজুলীৰ একাংশ সত্ৰাধিকাৰ আৰু মাজুলীৰ একাংশ সচেতন লোকে এখন সভা অনুস্থিত কৰে। অসম সত্ৰ মহাসভাৰ এই স্থিতিক নীতিহিন বুলি ঘোষণা কৰে।
বাইট--- সত্ৰাধিকাৰ-- 1 ।
আনহাতে হিন্দু ৰক্ষা সমিতিৰ আহ্বানত অনুস্থিত আজিৰ সভাতে মাজুলীৰ সত্ৰীয়া সাংস্কৃতিক বৈশিষ্ট অক্ষুন্ন ৰখাৰ স্বাৰ্থত সকলো মাজুলী বাসী একতিত্ব হৈ খ্ৰীষ্টান আগ্ৰাসনৰ বিৰুদ্ধে বাস্তৱমুখি ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়।
বাইট--- 2
ইফালে সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে মাজুলীত কৃষ্ণ সংস্কৃতিৰ অক্ষুন্ন ৰখাৰ স্বাৰ্থত সদায়ে কম কৰি যাৱ আৰু খ্ৰীষ্টান আগ্ৰাসন বিৰুদ্ধে কাম কৰি বুলি কয়। প্ৰয়োজনত যাৱত জীৱন কাৰাদণ্ড বা ফাঁচী দিলেও গ্ৰহণ কৰিবলৈ প্ৰস্তুত বুলি কয়।
বাইট---- সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী।

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.