- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন মাজুলীৰ বহু অঞ্চল
- ব্ৰহ্মপুত্ৰৰ বুকুত এটা ইঞ্জিনযুক্ত ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধ
- জলমগ্ন মাজুলীৰ নৈপৰীয়া গাঁও সমূহ
- আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰিছে এটা ইঞ্জিনযুক্ত ফেৰীসেৱা
- ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত বিভাগৰ
- অফলামুখ পাৰ ঘাটলৈ যোৱাৰ পথৰ ওপৰত পানী
মাজুলীত অনিৰ্দিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ - মাজুলী
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন হৈছে মাজুলীৰ নৈপৰীয়া অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ বুকুত অনিদিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ ৷
মাজুলীত অনিৰ্দিষ্ট কাললৈ এটা ইঞ্জিনযুক্ত ফেৰীসেৱা বন্ধ
- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন মাজুলীৰ বহু অঞ্চল
- ব্ৰহ্মপুত্ৰৰ বুকুত এটা ইঞ্জিনযুক্ত ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধ
- জলমগ্ন মাজুলীৰ নৈপৰীয়া গাঁও সমূহ
- আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰিছে এটা ইঞ্জিনযুক্ত ফেৰীসেৱা
- ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত বিভাগৰ
- অফলামুখ পাৰ ঘাটলৈ যোৱাৰ পথৰ ওপৰত পানী
Intro:Majuli Breaking
মাজুলীত ব্ৰহ্মপুত্ৰ আৰু লুইত ৰ জলপৃষ্ঠ বৃদ্ধিঃ
ব্ৰহ্মপুত্ৰৰ বুকুত এটা ইঞ্জিনযুক্ত ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধঃ
নৈ পৰিয়া গাঁও সমুহ জলমগ্নঃ
আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধ কৰিছে এটা ইঞ্জিনযুক্ত ফেৰীসেৱা অনিদিষ্ট কাললৈ ।
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি বাবেই এই সিদ্ধান্ত বিভাগৰ।
Body:নৈপৰীয়া বহুতো অঞ্চল জালমগ্ন হৈ পৰিছে
অফলামুখ পাৰ ঘটলৈ যোৱা পথৰ ওপৰত পানী।
Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া