ETV Bharat / state

মাজুলীত লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ নিৰ্বাচনী প্ৰচাৰ

এক দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী

author img

By

Published : Mar 24, 2019, 5:50 PM IST

মাজুলীত কংগ্ৰেছৰ পাৰ্থী অনিল বৰগোঁহাইৰ নিৰ্বাচনী প্ৰচাৰ

মাজুলী, 24 মাৰ্চ : মাজুলীত দেওবাৰে প্ৰথম বাৰৰ বাবেউপস্থিত হয় 14নং লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী অনিল বৰগোঁহাই ৷ মাজুলী গড়মূৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণকৰিবলৈ উপস্থিত হয় কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ।

মাজুলীত কংগ্ৰেছৰ পাৰ্থী অনিল বৰগোঁহাইৰ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছী প্ৰাৰ্থী অনিল বৰগোঁহাইক মাজুলী জিলা কংগ্ৰেছ আৰু উজনি মাজুলী কংগ্ৰেছ কমিটিৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছে উস্ম আদৰণিজনায় । এই সভা খনত কংগ্ৰেছী প্ৰাৰ্থী গৰাকীয়ে কয় যে - তেওঁনিৰ্বাচিত হ’লে মাজুলীৰ বান , গৰাখহনীয়াৰস্থায়ী সমাধানৰ লগতেমাজুলীৰ সমস্যাসমূহসমাধান কৰিব ৷ ইপিনে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত নিৰ্বাচনৰ ৰনডংকা বজাই কংগ্ৰেছে এইবাৰ লখিমপুৰ লোকসভাৰ আসন দখল কৰিব বুলি উল্লেখ কৰে ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়েসদায় মিছাকথা কয় বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোডীক আন্তঃৰাষ্ট্ৰীয় মিছলীয়া আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰী জনে । ইয়াৰোপৰিতেখেতে বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাক নিমাতীকন্যাআখ্যা দিয়ে।

মাজুলীত লখিমপুৰ লোকসভাৰ  কংগ্ৰেছৰ পাৰ্থী অনিল বৰগোঁহাই নিৰ্বাচনী প্ৰচাৰ।।

V.O- ১৪ নং লোকসভা সমষ্ঠিৰ কংগ্ৰেছৰ পাৰ্থী অনিল বৰগোঁহাই প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হয়। মাজুলী জিলা কংগ্ৰেছ আৰু উজনি মাজুলী কংগ্ৰেছ কমিটিৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ ফালৰ পৰা উস্ম আদৰনি জনায় পাৰ্থী গৰাকীক। মাজুলী গড়মূৰ স্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ লগত এখন সভাত অংশ গ্ৰহন কৰে। প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে সভাপতি কৰা দলীয় কৰ্মী সভাত পাৰ্থী গৰাকীয়ে নিৰ্বাচিত হলে মাজুলীৰ বান গড়াখহনীয়া , স্থায়ী সমাধান , যোৰহাট মাজুলীৰ প্ৰসংগ আদি সমূহ সমাধানৰ   প্ৰতিজ্ঞা কৰে। মাজুলীৰ নিছিনা পূণ্য ভূমিত মিছা কথা ক'ৱ নাপাই বিজেপিৰ পৰা নিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰীয়ে  সদায় মিছা  কথাই কয় বুলি উল্লেখ কৰি নৰেন্দ্ৰ মুডী আন্তঃৰাষ্ট্ৰীয় মিছলীয়া আখ্যা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ। বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাক নিমাটি কণ্যা হিচাপে আখ্যা দিয়ে। মুখ্যমন্ত্ৰী সমষ্ঠি মাজুলীত নিৰ্বাচন ৰ ৰনদংকা বজাই কংগ্ৰেছে এইবাৰ লখিমপুৰ লোকসভাৰ আসন দখল কৰিব বুলি উল্লেখ কৰে। মাজুলী গড়মূৰ আৰু জেংৰাইমুখৰ কগ্ৰেছৰ কাৰ্যালয়ত দলীয় কৰ্মীয়ে বিপুল আদৰনি জনায় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক। 

মাজুলীৰ পৰা যদুমনি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.