ETV Bharat / state

মাজুলীৰ শিক্ষা খণ্ডত ব্যাপক অনিয়ম

শিক্ষকৰ মইমতালি ৷ আধাতে শ্ৰেণী সামৰি ঘৰলৈ যায় শিক্ষক ৷

author img

By

Published : Oct 18, 2019, 1:40 AM IST

মাজুলীৰ শিক্ষা খণ্ডত ব্যাপক অনিয়ম

মাজুলী, 17 অক্টোবৰঃ একাংশ শিক্ষকৰ মইমতালিৰে চলিছে মাজুলীৰ কেইখনমান বিদ্যালয় ৷ ই টিভি ভাৰতৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে একাংশ বিদ্যালয়ত শিক্ষকৰ এনে অনিয়ম ৷ কোনো নিয়ম নাই, শিক্ষকে নিজৰ খেয়ালখুচি মতে ছুটি দিয়ে বিদ্যালয় ৷ নিজৰ মন গ'লেই কৰে পাঠদান ৷ বৃহস্পতিবাৰেও দেখা গ'ল তেনে অনুৰূপ দৃশ্যৰ । দিনৰ বাৰৰ পৰা এক ঢেৰ বজাতেই বিদ্যালয় ছুটি দি ঘৰাঘৰি গ'ল শিক্ষক ।

ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাত থতমত খালে শিক্ষকসকলে ৷ কোনো শিক্ষকে যদি গলধনৰ বিষৰ বাবে লৰালৰিকৈ ঘৰত গৈছে, কোনোবা নিজৰ কাৰখনৰ পলিউচন চাৰ্টিফিকেটৰ কামত ৷ এনেকৈয়ে পানী লগা জ্বৰ, গলধনৰ বিষ,মুৰৰ বিষ, ডিচেন্ট্ৰীত আক্ৰান্ত মাজুলীৰ শিক্ষা খণ্ড । একাংশ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকে এইদৰেই আভূঁৱা ভাৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক । সঁচা অৰ্থত মূৰৰ পৰাই গেলিছে মাজুলীৰ শিক্ষাখণ্ড ৷

insincere teachers in majuli school

Intro:Gfx -- জ্বৰ-পানীলগা, মুৰৰ বিষ, ডিচেণ্টিত আক্ৰান্ত মাজুলীৰ শিক্ষা খণ্ডঃ
Gfx... অনিয়মেই নিয়ম মাজুলী বিদ্যালয়ে বিদ্যালয়েঃ
Gfx... শিক্ষকৰ খেয়াল খুছিত চুটি হয় বিদ্যালয়ঃ

VO... কেনেকৈ চলিছে মাজুলীৰ শিক্ষা খণ্ড। শিক্ষকৰ ইচ্ছাত মন গ'লেই চুটি দিয়ে বিদ্যালয়। আমাৰ স্ব-জমিন তদন্তত পোহৰলৈ আহিছে একাংশ বিদ্যালয়ত শিক্ষকৰ খেয়াল খুচিত সামৰণি পৰে দিনটোৰ পাঠদান। এই সমুহ বিদ্যালয়ৰ ছবি যোৱা কালি বৃহস্পতি বাৰৰ। দিনৰ বাৰৰ পৰা এক-ঢেৰ বজাত বিদ্যালয় চুটি দি ঘৰাঘৰি গল শিক্ষক। আজি আমি পুনৰ উপস্থিত হও সেই একে কেইখন বিদ্যালয়ত।
আমাৰ প্ৰশ্নঃ কালি কলৈ গৈছিল?
শিক্ষকৰ উত্তৰঃ গলধনৰ বিষ... (বাইট-1)
আমৰ একে প্ৰশ্ন........?
শিক্ষকৰ উত্তৰঃ কাৰখনৰ পলিউচনৰ কমত গ'লো।
বাইদেউ কলি কলৈ গৈছিল ?
উত্তৰঃ মোৰ পানী লগা জ্বৰ।
এনেকৈয়ে পানী লগা জ্বৰ, মুৰৰ বিষ, ডিচেন্টিত আক্ৰান্ত মাজুলীৰ শিক্ষা খণ্ড। একাংশ প্ৰাথমিক, আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকে আভূৱা ভাৰিছে ছাত্ৰ ছাত্ৰীক।
বাইটঃ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.