মাজুলী,৩ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ প্ৰথম খণ্ডৰ বয়নৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণৰ আজি বাবে গুৱাহাটীলৈ ৰাওনা হৈছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী । অহা কালিলৈ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰৰ বয়নৰ উদ্বোধনী কৰিব অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে হ'ব লগা এই বিশাল প্ৰকল্পৰ ১২০ হাত দীঘল, ৬০ হাত বহল এই বস্ত্ৰত কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে সামৰি লৈছে । প্ৰথম খণ্ড মূলত অসমৰ শিপিনীয়ে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰতেই বৈ উলিয়াব । অনুকৃতিমূলক এই বৃন্দাবনী বস্ত্ৰ মুঠতে চাৰিটা খণ্ডত প্ৰস্তুত কৰা হব । অহা ৭ জুলাইত মাজুলীত আনুষ্ঠানিক ভাৱে এই বস্ত্ৰৰ বয়ন কাৰ্যসূচী মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
গুৱাহাটী অভিমুখে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ - Sankardev Kalakhetra
শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে আজি গুৱাহাটীলৈ ৰাওনা শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী। কালিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰ ভাগীৰ বয়নৰ উদ্বোধনী কৰিব অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই

মাজুলী,৩ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ প্ৰথম খণ্ডৰ বয়নৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণৰ আজি বাবে গুৱাহাটীলৈ ৰাওনা হৈছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী । অহা কালিলৈ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰৰ বয়নৰ উদ্বোধনী কৰিব অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে হ'ব লগা এই বিশাল প্ৰকল্পৰ ১২০ হাত দীঘল, ৬০ হাত বহল এই বস্ত্ৰত কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে সামৰি লৈছে । প্ৰথম খণ্ড মূলত অসমৰ শিপিনীয়ে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰতেই বৈ উলিয়াব । অনুকৃতিমূলক এই বৃন্দাবনী বস্ত্ৰ মুঠতে চাৰিটা খণ্ডত প্ৰস্তুত কৰা হব । অহা ৭ জুলাইত মাজুলীত আনুষ্ঠানিক ভাৱে এই বস্ত্ৰৰ বয়ন কাৰ্যসূচী মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
সত্ৰ অধ্যত্মিক পৰিবেশৰ মাজৰে গুৱাহাটীৰলৈ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী প্ৰভু ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰভাগিপ্ৰথম খণ্ডৰ কাম অহা কালিলৈ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বয়নৰ উদ্বোধনী কৰিব অসমৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উক্ত কাৰ্যসূচীৰ অংশ গ্ৰহণৰ বাবে গুৱাহাটীলৈ ৰাওনা সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী প্ৰভু ।
মাজুলীৰ পৰা আৰু কেইবাখনো সত্ৰ সত্ৰাধিকাৰ সকলে উক্ত উদ্বোধনী অনুস্থান ত অংশ গ্ৰহণ কৰিব।
১২০ হাত দীঘল, ৬০ হাত বাহল বৃন্দাবনী বস্ত্ৰ ভাগী মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰতেই তৈয়াৰ হ’ব।
Body:প্ৰায় তিনি কোটি টকা ব্যয় হব লগা এই বিশাল প্ৰকল্পৰ এই বস্ত্ৰ কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে বস্ত্ৰ ভাগীৰ প্ৰথম খণ্ডৰ শিপিনী বৈ উলিয়াব ।
অনুকৃতিমূলক এই বস্ত্ৰ ভাগি চাৰিটা খণ্ডত প্ৰস্তুত কৰা হব ।
অহা ৭ জুলাইত মাজুলীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিক ভাৱে অনুকৃতিমূলক এই বস্ত্ৰ ভাগি
বায়ন কাৰ্যসূচী মুকলি কৰিব ।
Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া।