- মাজুলীৰ ভকত চাপৰিত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (Two Rhino roam free in Majuli)
- বিগত এমাহ ধৰি মাজুলীৰ ভিন্ন চৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ
- তিনিটাকৈ গঁড়ে বিচৰণ কৰি আছে অঞ্চলবোৰত
- শনিবাৰে ভকত চাপৰি, চামগুৰি, ১ নং পদুমনিত দেখা গৈছে দুটা গঁড়
- জনাঞ্চলত প্ৰৱেশ কৰিছে গঁড় কেইটাই
- গঁড়ৰ মুক্ত বিচৰণত শংকিত মাজুলীৰ স্থানীয় লোক (Rhino scare in Majuli)
- গঁড় কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ
Rhino free roaming : মাজুলীৰ ভকত চাপৰিত গঁড়ৰ মুক্ত বিচৰণ - মাজুলীৰ ভকত চাপৰিত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ
মাজুলীত বিগত প্ৰায় এমাহ ধৰি তিনিটাকৈ গঁড় আৱদ্ধ আছে । বিভিন্ন স্থানত মুক্ত বিচৰণ কৰা দেখা গৈছে গঁড় কেইটাক (Free roaming of Rhino in Majuli)। শনিবাৰে পুনৰ ভকত চাপৰিত দুটা গঁড়ৰ মুক্ত বিচৰণ । গঁড় কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ ।

মাজুলীৰ ভকত চাপৰিত গঁড়ৰ মুক্ত বিচৰণ
- মাজুলীৰ ভকত চাপৰিত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (Two Rhino roam free in Majuli)
- বিগত এমাহ ধৰি মাজুলীৰ ভিন্ন চৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ
- তিনিটাকৈ গঁড়ে বিচৰণ কৰি আছে অঞ্চলবোৰত
- শনিবাৰে ভকত চাপৰি, চামগুৰি, ১ নং পদুমনিত দেখা গৈছে দুটা গঁড়
- জনাঞ্চলত প্ৰৱেশ কৰিছে গঁড় কেইটাই
- গঁড়ৰ মুক্ত বিচৰণত শংকিত মাজুলীৰ স্থানীয় লোক (Rhino scare in Majuli)
- গঁড় কেইটা কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ
Last Updated : Oct 15, 2022, 6:43 PM IST