ETV Bharat / state

মাজুলীত গঁড়ৰ মুক্ত বিচৰণ - মাজুলী দক্ষিণপাট কুমাৰ গাঁও

সোমবাৰে পুৱা মাজুলীৰ দক্ষিণপাট কুমাৰ গাঁৱত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা গঁড় ৷ গঁড়টোৰ মুক্ত বিচৰণত শংকিত হৈ পৰিছে স্থানীয় লোক ৷

মাজুলী দক্ষিণপাট কুমাৰ গাঁৱত গড়ৰ মুক্ত বিচৰণ

author img

By

Published : Mar 8, 2021, 10:35 AM IST

মাজুলী,8 মাৰ্চ: কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ৰ মুক্ত বিচৰণ মাজুলী দক্ষিণপাট কুমাৰ গাঁৱত । সোমবাৰে পুৱা স্থানীয় লোকে ৰাজপথৰ কাষত প্ৰত্যক্ষ কৰে গঁড়টো । গঁড়ৰ মুক্ত বিচৰণত শংকিত হৈ পৰিছে স্থানীয় লোক । বৰ্তমান গাঁৱখনৰ সমীপতে থকা টিকিৰাই চাপৰিত অৱস্থান কৰি আছে গঁড়টো ।

দক্ষিণপাট কুমাৰ গাঁৱত গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত

গঁড়টোৱে খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি মাজুলীত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ সম্প্ৰতি গঁড়টোক উভতাই পঠিয়াবলৈ বন বিভাগৰ সহায় বিচাৰি খবৰ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.