- মাজুলীৰ বামুণগাঁৱত দেওবাৰে দুটা হৰিণা উদ্ধাৰ
- এই পৰ্যন্ত মাজুলীত মুঠ ৪ টাকৈ হৰিণা উদ্ধাৰ হৈছে
- বানত বিপন্ন জীৱ-জন্তুৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি অহাৰ বাবে মাজুলীবাসীৰ শলাগ লয় উপায়ুক্তই
- ইতিমধ্যে এই হৰিণাকেইটা লখিমপুৰৰ ৰিৰ্জাভ ফৰেষ্টত এৰি দিয়াৰ ব্যৱস্থা কৰিছে
মাজুলীত উদ্ধাৰ বানত দিশহাৰা চাৰিটাকৈ হৰিণা - হৰিণা
বানত বিপৰ্যয়ৰ সন্মুখীন হৈ পানীত উটি অহা জীৱ-জন্তুৰ সুৰক্ষাৰ দিশত অতি প্ৰশংসনীয় আৰু সংবেদনশীল ভূমিকা গ্ৰহণ কৰিছে মাজুলীবাসী ৰাইজে । এই পৰ্যন্ত মাজুলীত মুঠ ৪ টাকৈ হৰিণা উদ্ধাৰ হৈছে ৷
মাজুলীত আৰু ৪ টা হৰিণা উদ্ধাৰ
- মাজুলীৰ বামুণগাঁৱত দেওবাৰে দুটা হৰিণা উদ্ধাৰ
- এই পৰ্যন্ত মাজুলীত মুঠ ৪ টাকৈ হৰিণা উদ্ধাৰ হৈছে
- বানত বিপন্ন জীৱ-জন্তুৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি অহাৰ বাবে মাজুলীবাসীৰ শলাগ লয় উপায়ুক্তই
- ইতিমধ্যে এই হৰিণাকেইটা লখিমপুৰৰ ৰিৰ্জাভ ফৰেষ্টত এৰি দিয়াৰ ব্যৱস্থা কৰিছে
Intro:মাজুলীত আৰু ৪ টা হৰিনা উদ্ধাৰ।।
V.o-----এইবাৰৰ বানত বিপৰ্যয়ৰ সন্মুখীন হৈ পানীত উটি অহা জীৱ-জন্তুৰ সুৰক্ষাৰ দিশত অতি প্ৰশংসনীয় আৰু সংবেদনশীল ভূমিকা গ্ৰহণ কৰিছে মাজুলীবাসী ৰাইজে। শুক্ৰবাৰে ভকত চাপৰিৰ মদাৰগুৰিৰ ৰাইজে এনে এটা অসহায় হৰিণা উদ্ধাৰ কৰি জিলা প্ৰশাসনৰ বান সাহাৰ্য প্ৰদানকাৰী দলৰ জৰিয়তে জিলা বন বিভাগলৈ নিৰাপদে হস্তান্তৰ কৰাৰ পাছত শনিবাৰে পুণৰ বানৰ বাবে বিপদত পৰা আন এটা হৰিণা মাজৰগাঁৱৰ ৰাইজে অলপো হানি-বিঘিনি হ'বলৈ নিদিয়াকৈ উদ্ধাৰ কৰি বন বিভাগক অৰ্পণ কৰিছে। Body:মাজ গাৱ বামুণ গাৱত আজিও দুটা হৰিনা উদ্ধাৰ হৈছে। মুঠ মাজুলীত ৪ টাকৈ হৰিনা উদ্ধাৰ হৈছে । বান দুৰ্যোগৰ এই সময়খিনিত নিজৰ দুখ-কষ্টকো নেওচি বানত বিপন্ন জীৱ-জন্তুৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি অহাৰ বাবে ৰাইজৰ পদক্ষেপ সচাকৈসকলোৱে শলাগ লৈছে। মাজুলীবাসীৰ বন্যপ্ৰাণীৰ প্ৰতি এই সহৃদয়তাই ৰাজ্যৰ আন অংশৰ জনসাধাৰণকো উৎসাহিত কৰিব বুলি উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে। ইতিমধ্যে এই হৰিনা কেইটা লখিমপুৰৰ ৰিৰ্জাভ ফচেছটত এৰি দিয়াৰ ব্যৱস্থা কৰিছে। Conclusion:Jadumoni saikia