ETV Bharat / state

FIR against Janardan Deva Goswami: সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Oct 19, 2022, 1:36 PM IST

Updated : Oct 19, 2022, 1:46 PM IST

দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু(FIR against Janardan Deva Goswami) ৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে(Janardan Dev Goswami Controversy) ৷

FIR against Janardan Deva Goswami
সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু
  • দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু(FIR against Janardan Deva Goswami)
  • পৰাগ কলিতা নামৰ এজন অধ্যাপকে ৰুজু কৰে এই গোচৰ(Satradhikar Janardan Deva Goswami)
  • জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক চূড়ান্ত অপমান কৰাৰ অভিযোগ সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে
  • শংকৰদেৱক ধর্ম নিৰপেক্ষ নাছিল বুলি মন্তব্য কৰিছিল সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে(Controversy on srimanta Sankardev)
  • শংকৰদেৱ গুৰু নহয়, এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ বুলি কৈছিল সত্ৰাধিকাৰগৰাকীয়ে
  • ইয়াৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ
  • মাজুলীৰ গড়মূৰ থানাত এজাহাৰ দাখিল অধ্যাপক কলিতাৰ

Last Updated : Oct 19, 2022, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.