ETV Bharat / state

Majuli-Nimati Ghat Ferry service: যি কোনো মুহূৰ্তত বন্ধ হ’ব মাজুলী নিমাতীৰ ফেৰী সেৱা

author img

By

Published : Jun 13, 2022, 7:14 PM IST

যি কোনো মুহূৰ্তত বন্ধ হ’ব পাৰে মাজুলী-নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা (Ferry service between Nimati Majuli Shut Down at any moment) ৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলা প্ৰশাসনে এনে সিদ্ধান্ত ল’ব লগা হ’ব পাৰেM (Rain increases Brahmaputra water level) ৷

ferry service between nimati-majuli- Shut Down at any moment
বন্ধ হ’ব পাৰে মাজুলী নিমাতীৰ মাজত চলা ফেৰী সেৱা

মাজুলী, 13 জুন: যিকোনো মুহূৰ্তত বন্ধ হ’ব পাৰে মাজুলী-নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা (Ferry service between Nimati Majuli Shut Down at any moment) ৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ (Rain increases Brahmaputra water level)। ফলত বাঢ়নি পানীত বুৰ গৈছে নাও ৰখোৱা ৰেম্প সমূহ ।

যাৰ প্ৰৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত বন্ধ হ’ব পাৰে এই ফেৰী সেৱা । ইফালে কমলাবাৰী ঘাটত ঘন কুৱলী পৰাৰ বাবে কমলাবাৰী আৰু নিমাতী ঘাটৰ মাজত চলাচল কৰা ফেৰী সেৱা ইতিমধ্যে বন্ধ কৰিছে মাজুলী জিলা প্ৰশাসনে (Ferry service Suspended between Kamalabari Nimati ) । ফলত যাত্ৰীৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷

কমলাবাৰী ঘাটৰ ফেৰীসেৱা বন্ধ হোৱাৰ পাছতেই যিকোনো মুহূৰ্তত আন ঘাটৰ ফেৰী সেৱাও বন্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ এই আশংকাত সম্প্ৰতি নিমাতি-অফলামুখ ঘাটত যাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে এনেকুৱা তামাচা কৰি লাভ নাই: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.