ETV Bharat / state

বহিঃবিশ্বৰে যোগাযোগ বিছিন্ন মাজুলীৰ

ঘূৰ্ণীবতাহ ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন ৷ মাজুলীত বন্ধ কৰি দিয়া হৈছে সকলো ফেৰীৰ চলাচল ৷

author img

By

Published : May 4, 2019, 12:05 PM IST

ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন
  • মাজুলীৰ ঘাটসমূহত নিমাওমাও পৰিৱেশ
  • বন্ধ কৰি দিয়া হৈছে ফেৰী চলাচল
  • দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো ফেৰী সেৱা
  • ঘূৰ্ণী বতাহ ফেনীৰ বাবে মাজুলীৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত
    ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন

  • মাজুলীৰ ঘাটসমূহত নিমাওমাও পৰিৱেশ
  • বন্ধ কৰি দিয়া হৈছে ফেৰী চলাচল
  • দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো ফেৰী সেৱা
  • ঘূৰ্ণী বতাহ ফেনীৰ বাবে মাজুলীৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত
    ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন
মাজুলীৰ লগত বহি যোগাযোগ বিছিন্ন । 

ঘূনী বতাহ ফণীৰ  বাবে  মাজুলীৰ জিলা প্ৰশাসনে মাজুলীৰ  পৰা যি সমূহ ফেৰী চলে দুদিনৰ বাবে ফেৰী চলাচলত নিষেধ্যাজ্ঞা জাৰি কৰিছে ।

মাজুলী নিমাতী লখিমপুৰ মাজৰ ফেৰী সেৱা বান্ধ কৰি দিয়া হৈছে দুদিনৰ বাবে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.