মাজুলী, 10 চেপ্তেম্বৰঃ চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল ৰাজ্যৰ বাট পথ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনটেই পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানি বিভাগত প্ৰহসনৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে ঠিকাদাৰ হেমন্ত বৰাৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথ নিৰ্মাণৰ কাম ৷ তথ্যানুসৰি, জিলাখনৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথটো নিৰ্মিয়মান অৱস্থাতে এফালৰ পৰা ভাগি অহা পৰিলক্ষিত হৈছিল। তথ্য অনুসৰি বিভাগীয় বিষয়া অভিযন্ত্ৰাৰে মিতিৰালি কৰি কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰিছিল ঠিকাদাৰে ৷ কিন্তু জিলা প্ৰশাসনৰ শেহতীয়া স্থিতিৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জনাই দল সংগঠন তথা সাধাৰণ ৰাইজে ঠিকাদাৰ গৰাকীৰ ওপৰত শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
মুখ্যমন্ত্ৰীৰ সমষ্টিত পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি! - etv assam
ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে ঠিকাদাৰ হেমন্ত বৰাৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথ নিৰ্মাণৰ কাম ৷
মাজুলী, 10 চেপ্তেম্বৰঃ চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল ৰাজ্যৰ বাট পথ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনটেই পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানি বিভাগত প্ৰহসনৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে ঠিকাদাৰ হেমন্ত বৰাৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথ নিৰ্মাণৰ কাম ৷ তথ্যানুসৰি, জিলাখনৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথটো নিৰ্মিয়মান অৱস্থাতে এফালৰ পৰা ভাগি অহা পৰিলক্ষিত হৈছিল। তথ্য অনুসৰি বিভাগীয় বিষয়া অভিযন্ত্ৰাৰে মিতিৰালি কৰি কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰিছিল ঠিকাদাৰে ৷ কিন্তু জিলা প্ৰশাসনৰ শেহতীয়া স্থিতিৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জনাই দল সংগঠন তথা সাধাৰণ ৰাইজে ঠিকাদাৰ গৰাকীৰ ওপৰত শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
Gfx...জিলা প্ৰশাসনে বন্ধ কৰি দিলে পুচফাছ কনষ্টাকচনৰ পথ নিৰ্মাণৰ কামঃ
Gfx....বিষয়া ঠিকাদাৰৰ গোপন মিতিৰালিৰ ফলভূগিছে উজনি মাজুলী বাসীয়েঃ
Gfx.....কাৰ সাহসত বলীয়ান হেমন্ত বৰাৰ পুচফাছ কনষ্টাকচনঃ
Gfx.... কি হব চমহিয়াআটী-বৰবিল বেবেজিয়া পথ।
Gfx.... ছাইড বাম নিৰ্মাণ নকৰাকৈ সৰকালে ৰাৱনাগাও-চুমৈমাৰি পথৰ সমুদায় ধন ৰাশিঃ
Gfx... মাজুলী গড়কাপ্তানি বিষয়া অভিযনত্ৰাৰে হেমন্তৰ গোপন নেকচছাচঃ
VO.... কৈ কৈ অন্ত নপৰাহৈছে মাজুলী গড়কাপ্তানি পথ বিভাগৰ অনিয়ম, দুৰ্নীতি, লুণ্ঠনৰ ফেদেলী পুৰাণ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীৰ গড়কাপ্তানি বিভাগত চলিছে হেমন্ত ৰাজ।ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে মুদৈগাঁও- ধৌৱাচলা বনগাঁওৰ পথ নিৰ্মাণৰ কাম। আমি পুৰ্বে দেখুৱাইছিলো কেনেকৈ অনিয়মক নিয়ম কৰি হেমন্ত বৰাৰ পুচফাছ কনষ্টাকচনে চলাইছিল লুণ্ঠনৰ ফন্দি। যাৰ বাবে পথটো নিৰ্মিয়মান অৱস্থাতে ভাগি এফালৰ পৰা শেষ হৈ গৈছিল। কোটি কোটি টকা ৰাজহুৱা ধন বিভাগিয় বিষয়া অভিযন্ত্ৰাৰে মিতিৰালি কৰি উজনি মাজুলীৰ ৫০ লক্ষ্য নাগৰিকক থেলি দিছিল ভয়াবহ ভবিষ্যতৰ দিশে। জিলা প্ৰশাসনৰ শেহতীয়া স্থিতিৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জনাই দল সংগঠন তথা সাধাৰণ ৰাইজে ঠিকাদাৰ গৰাকীৰ ওপৰত শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।
বাইট--- 1
বাইট--- 2
মাজুলী গড়কাপ্তানি পথ বিভাগত চলা পুচফাছ কনষ্টাকচৰ হেমন্ত ৰাজৰ বিৰুদ্ধে অব্যাহত থাকিব আমাৰ অনুসন্ধান । পৰৱৰ্তী প্ৰতিবেদনত আমি পুনৰ দেখুৱাম চমহিয়াটী-বৰবিল বেবেজিয়া আৰু ৰাৱনাগাও-চুমৈমাৰি পথৰ মাজুলী গড়কাপ্তানি বিভাগ আৰু পুচফাছৰ গোপন নেকচাছ।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ।Conclusion: