ETV Bharat / state

কামৰ নমুনাঃ নিৰ্মাণৰ দুদিন পাচতে চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ - চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

মাজুলী গড়কাপ্তানী পথ মেৰামতিত ব্যাপক দুৰ্নীতি ৷ মাটিৰ ওপৰতে বিটুমিনৰ প্ৰলেপ ঢালিলে ঠিকাদাৰে ৷ বিভাগীয় বিষয়া ঠিকাদাৰ মিলি প্ৰায় ৪০ লক্ষাধিক টকা লুণ্ঠনৰ অভিযোগ ৷

চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ
author img

By

Published : Jul 1, 2019, 5:16 PM IST

মাজুলী, 1 জুলাই : মাজুলীত গড়কাপ্তানী পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ প্ৰায় 45 লক্ষ্য টকাৰে নিৰ্মাণ কৰা পেৰাভাৰি-বালিচাপৰি সংযোগী পথচোৱাত নিৰ্মীয়মান অৱস্থাতে চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ । পথচোৱাৰে এখন গাড়ী গলেই চকাত লাগি এৰাই যায় বিটুমিনৰ প্ৰলেপ । ফলত সোমবাৰে সেনচোৱা বালিচাপৰি গাঁৱৰ ৰাইজে পথটোৰ এনেদৰে মেৰামতি কৰাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

উল্লেখ্য যে, ঠিকাদাৰে সেনচোৱা বালিচাপৰি অংশত পথটোৰ ভগা স্থানত মাটিৰ ওপৰতেই বিটুমিনৰ প্ৰলেপ ঢালি মেৰামতি কৰিছিল পথচোৱা ৷ ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১.২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল । তাৰে প্ৰায় ৪০ লক্ষ্য টকা বনগাঁও-বালিচাপৰি পথৰ পেৰাভাৰি বালিচাপৰিৰ সংযোগী পথচোৱা মেৰামতিৰ বাবে আছিল । যদিও ঠিকাদাৰ জুৱেল বৰাই উক্ত কামটো মাজুলী বিজেপিৰ এগৰাকী নেতাৰ ভাতৃ উৎপল নাথক বিক্ৰী কৰি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ ৷ বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধূলি দি এনেদৰে ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজ ৷

মাজুলী গড়কাপ্তানি পথ মেৰামতিত ব্যাপক দুৰ্নীতিঃ
নিৰ্মিয়মান অৱস্থাতে চটাচটে এৰাইছে পথঃ 
বিভগীয় বিষয়া ঠিকাদাৰ মিলি প্ৰায় ৪০ লক্ষ্য টকা লুণ্ঠনৰ ফন্দিঃ
মাটিৰ ওপৰতে ঢালিলে বটুমিনঃ

 VO... মাজুলী গড়কাপ্তানি বিভাগত সংঘটিত হৈছে ইটুৰ পাছত সিটুকৈ ভয়াবহ অনীয়ম। মুদৈগাঁও-বনগাঁওৰ গড়কাপ্তানি পথৰ পাছত পেৰাভাৰি বালিচাপৰী পথ মেৰামতিত সংঘটিত হৈছে ব্যাপক অনিয়ম। প্ৰায় ৪০ লক্ষ্য টকাৰে নিৰ্মীয়মান পথটো চটাচটে এৰাইছে বিটুমিনৰ পলেপ। এখন গাড়ী গলেই চকাত লাগি এৰাই যাই পথ। আজি পূবাই সেনচোৱা বালিচাপৰি গাঁৱৰ জাইজে পথটোৰ কিছু অংশ এৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

  বাইট-- স্থানীয় লোক 
  
উল্লেখ যে ঠিকাদাৰে সেনচোৱা বালিচাপৰী অংশত পথটোৰ ভগা স্থানত কোনো মেটেল আৰু টেল নমৰাকৈ মাটিৰ ওপৰতে বিটুমিনৰ পলেপ ঢালি লুণ্ঠনৰ ফন্দি তৈয়াৰ কৰা প্ৰত্যক্ষ কৰাই স্থানীয় গাও বাসীয়ে। ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১•২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল।তৰে প্ৰায় ৪০ লক্ষ্য টকাৰে বনগাঁও বালিচাপৰী পথৰ পেৰাভাৰি বালিচাপৰি অংশটোও আছিল। ঠিকাদাৰ জুৱেল বৰাই উক্ত কামটো বিক্ৰী কৰিছে মাজুলী বিজেপি ৰ এগৰাকী নেতাৰ ভাতৃ উৎপল নাথক। কিন্তু উৎপল নাথে বিভাগীয় বিষয়া অভিযন্ত্ৰাৰ চকুৰ সন্মুখতে এই লুণ্ঠন অব্যাহত ৰাখিছে যদিও  গড়কাপ্তানি বিভাগে চকু মূদা কুলিৰ ভৱত অৱতিৰ্ণ হোৱাই  কিহৰ ইংগিত বহন কৰিছে সেয়া সহজেই অনুমেয়। মাজুলী গড়কাপ্তানি বিভাগ এটিয়া একাংশ ঠিকাদাৰ দুৰ্নীতিত নিমজ্জিত হোৱাৰ অভিযোগ ৰাইজৰ। কিন্তু বিভাগো নহয় ধোৱা তুলশিৰ পাট। 

বাইট- গাঁও বাসী।

মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.