ETV Bharat / state

মাজুলীত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল

author img

By

Published : Oct 4, 2020, 4:21 PM IST

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যসূচী বাতিল ৷ আজি পূব মাজুলী বনগাঁৱৰ বিদ্যুৎ উপকেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থকাৰ কথা আছিল ৷ ভাৰতৰ বন্ধুৰাষ্ট্ৰ কুৱেইটৰ ৰজাৰ মৃত্যুত ভাৰত চৰকাৰে এদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বাতিল উক্ত কাৰ্যসূচী ৷

মাজুলীত মূখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল
মাজুলীত মূখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল

মাজুলী, 4 অক্টোবৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব লগা পূব মাজুলী বনগাঁৱৰ বিদ্যুৎ উপকেন্দ্ৰৰ দেওবাৰৰ উদ্বোধনী অনুষ্ঠান বাতিল ৷ ভাৰতৰ বন্ধুৰাষ্ট্ৰ কুৱেইটৰ ৰজাৰ মৃত্যুত ভাৰত চৰকাৰ এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণাৰ পৰিপ্ৰেক্ষিতত বাতিল হ'ল এই অনুষ্ঠান ৷ দেওবাৰৰ পৰিৱৰ্তে সোমবাৰে পুৱা দহ বজাত এই উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ বিদ্যুৎ উপকেন্দ্ৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভূমিহীন পৰিয়ালক ভূমি আৱন্টন পত্ৰ বিতৰণ কৰিব ৷ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে মুঠ 3601 টা পৰিয়ালৰ মাজত ম্যাদী পট্টা তথা ভূমি আৱন্টন পত্ৰ বিতৰণ কৰিব ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "খেতি বাচাও যাত্ৰা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.