ETV Bharat / state

আতংক নহয়,  দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ ! - island majuli latest news

দীপাৱলী কোনো আতংক নহয় , দীপাৱলী কেৱল পোহৰৰ হে উৎসৱ ৷ উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰি প্ৰদূষণমুক্ত কৰি ৰাখক আমাৰ পৃথিৱী ৷ মুখাশিল্পৰ জৰিয়তে এই আহ্বান মাজুলীৰ মুখাশিল্পীসকলৰ ৷

মাজুলীৰ মুখাশিল্পীৰ আহ্বান
author img

By

Published : Oct 27, 2019, 2:44 PM IST

Updated : Oct 28, 2019, 7:49 PM IST

মাজুলী,27 অক্টোবৰঃ মাজুলীৰ মুখাশিল্প বিশ্ববিখ্যাত ৷ সময়ে সময়ে এই মুখা শিল্পৰ যোগেদি মুখা শিল্পীসকলে বিভিন্ন সামাজিক বাৰ্তা দিয়ে জনসাধাৰণক ৷ এই দীপাৱলীতো মুখা শিল্পীসকলে এক বিশেষ আহ্বান ৰাখিছে জনসাধাৰণৰ ওচৰত ৷ পোহৰৰ এই উৎসৱটিত নতুন চামগুৰি সত্ৰৰ চৌহদত এনেদৰে মুখা অভিনয়ৰে মাজুলীৰ লগতে ৰাজ্য তথা দেশবাসীৰ প্ৰতি দিপাৱলীক আতংকৰ উৎসৱ নকৰিবলৈ আহ্বান জনাইছে এই সকল শিল্পীয়ে ৷

মাজুলীৰ মুখাশিল্পীৰ আহ্বান

মুখাশিল্পীসকলে ৰাজ্য তথা দেশবাসীক উদ্দেশ্য কৰি কয় যে, দেৱালী হওক পোহৰৰ উৎসৱ, উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰি প্ৰদুষণ মুক্ত কৰি ৰাখক আমাৰ পৃথিৱী । মুখাশিল্পৰ জৰিয়তে আতচবাজীৰ জৰিয়তে পশু-পক্ষীৰ অনিষ্ট নকৰিবলৈ আহ্বান এইসকল মুখা শিল্পীৰ ৷ বিশেষকৈ শীতৰ আগমনৰ লগে লগে আলহী পক্ষীৰ কলৰৱৰে মুখৰিত হয় মাজুলী । প্ৰকৃতিৰ ৰম্যভূমি শান্তিপ্ৰিয় মাজুলীক ফটকা ফুটাই প্ৰদূষিত নকৰাৰ লগতে জীৱকুলক খেদি নপঠাবলৈ আহ্বান মুখাশিল্পী সকলৰ ।

Intro:দেৱালি হওঁক পোহৰৰ উৎসৱঃ
দেৱালি নহয় আতংকঃ
মাজুলীৰ মুখাশিল্পৰ আহ্বান উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰকঃ
VO. পোহৰৰ উৎসৱ দেৱালি হওঁক পোহৰৰ উৎসৱ, উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰি প্ৰদুষণ মুক্ত কৰি ৰাখক আমাৰ পৃথিৱী। এনে এক আহ্বান জনাইছে মুখাৰ যোগেদি। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাশিল্প ধীৰেন গোস্বামী, প্ৰদীপ গোস্বামী য়ে । পোহৰৰ উৎসৱত নতুন চামগুৰি সত্ৰৰ চৌহদত এনেদৰে মুখা অভিনয়ৰে মাজুলীৰ লগতে ৰাজ্য তথা দেশবাসীৰ প্ৰতি দেৱালিক আতংকৰ উৎসৱ নকৰিব'লৈ আহ্বান জনাই।

বাইট--- ধীৰেন গোস্বামী।

হয়, পোহৰৰ উৎসৱত উচ্চ প্ৰাৱল্যৰ আতচবাজীৰে প্ৰাকৃতিক প্ৰদুষণৰ লগতে আতংক সৃষ্টিৰ কোনো যুক্তি নাই। পোহৰৰ উৎসৱত চাকিৰে উজ্বলি উঠক পৃথিৱী। আমাৰ লগতে সমগ্ৰ জীৱকুল প্ৰদুষণমুক্ত প্ৰকৃতিত নিৰাপদ হওঁক।প্ৰকৃতিৰ ৰম্যভূমি মাজুলীতো ফটকা ফুটাই আলহী পক্ষীকুলক খেদি নপঠাৱ । শীতৰ আগমনৰ লগে লগে আলহী পক্ষীৰ কলৰৱৰে মুখৰিত হয় মাজুলী । প্ৰকৃতিৰ ৰম্য ভূমি শান্তিপ্ৰিয় মাজুলী ফটকা ফুটাই প্ৰদুষিত নকৰাৰ লগতে জীৱ কুলক খেদি নপঠাবলৈ আহ্বান মুখাশিল্পী ৰ । প্ৰতিকী ৰূপত এনেদৰে প্ৰৰ্দশন কৰিছে ।

বাইট - 2Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated : Oct 28, 2019, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.