ETV Bharat / state

শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি

দক্ষিণপাট সত্ৰৰ ৩৬৫ বছৰীয়া পৰম্পৰা দৌল উৎসৱৰ বৃহস্পতিবাৰে বিয়লি সামৰণি পৰে

author img

By

Published : Mar 23, 2019, 12:04 AM IST

শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি

মাজুলি, 22 মাৰ্চঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীটো উলহ মালহে দৌল উৎসৱ উদযাপন কৰা হ'ল । শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত প্ৰতি বছৰে তিনি দিনীয়াকৈ পালন কৰি আহিছে দৌল উৎসৱ ।

দক্ষিণপাট সত্ৰৰ ৩৬৫ বছৰীয়া পৰম্পৰা দৌল উৎসৱৰ বৃহস্পতিবাৰে বিয়লি সামৰণি পৰে । সত্ৰৰ আধ্যাত্মিক পৰিবেশৰ মাজত প্ৰতি বছৰে এই দৌল উৎসৱটি অনুষ্ঠিত কৰি আহিছে । এই উৎসৱত ভুৱন মোহন মহাপ্ৰভু মূল মণিকূটৰ পৰা ওলিয়াই অনি দোলা কৰি সত্ৰৰ চৌদিশে পৰিভ্ৰমণ কৰাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.